Assamese Grammar (অসমীয়া ব্যাকৰণ) MCQ MCQ
11.
পৰস্পৰৰ প্ৰতি পৰস্পৰে কাৰ্য কৰা বুজালে কি বিভক্তি যোগ হয়?
12.
পদৰ আগত কি শব্দ থাকিলে দ্বিতীয়া বিভক্তিৰ চিন লোপ পায়?
14.
নিত্য বৰ্তমান কালৰ প্ৰথম পুৰুষত যোগ হোৱা ক্ৰিয়া বিভক্তিটো হ’ল-
15.
View Answer
মই ভাত খাইছোঁ--- এই বাক্যটোৰ ভাত শব্দত কি শব্দ বিভক্তিৰ প্ৰয়োগ হৈছে?
A. প্ৰথমা বিভক্তি
B. দ্বিতীয়া বিভক্তি
C. তৃতীয়া বিভক্তি
D. চতুথী বিভক্তি
Answer : Option B
16.
View Answer
মই কাইলৈ গুৱাহাটীলৈ যাম--- গুৱাহাটীলৈ শব্দটোত তলৰ কোনটো শব্দ বিভক্তি শুদ্ধ?
A. দ্বিতীয়া বিভক্তি
B. পঞ্চমী বিভক্তি
C. চতুৰ্থী বিভক্তি
D. ষষ্ঠী বিভক্তি
Answer : Option C
17.
View Answer
অসমীয়াত কৰণ-কাৰকত কি বিভক্তিৰ প্ৰয়োগ হোৱা বুলি কোৱা হয়?
A. তৃতীয়া বিভক্তি
B. চতুৰ্থী বিভক্তি
C. দ্বিতীয়া বিভক্তি
D. সপ্তমী বিভক্তি
Answer : Option A
18.
View Answer
মোৰ ঘৰ গুৱাহাটীত--‘মোৰ’ শব্দত কি বিভক্তিৰ প্ৰয়োগ হৈছে?
A. পঞ্চমী বিভক্তি
B. তৃতীয়া বিভক্তি
C. চতুৰ্থী বিভক্তি
D. ষষ্ঠী বিভক্তি
Answer : Option D
19.
View Answer
অসমীয়া ভাষাত বৰ্তমানে নিমিত্ত অৰ্থত প্রয়োগ হোৱা বিভক্তিটো কি?
A. প্রথমা বিভক্তি
B. দ্বিতীয়া বিভক্তি
C. তৃতীয়া বিভক্তি
D. চতুৰ্থী বিভক্তি
Answer : Option D
20.
তলৰ কোনটো বিভক্তি চিন অসমীয়া ভাষাত কেতিয়াবা কেতিয়াবা কৰ্তাকাৰকত প্ৰয়োগ হয়?