1.  
সুৰ্ষৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হ'ল

A. বুধ

B. শুক্র

C. পৃথিৱী

D. মঙল

Answer : Option A

View Answer

2.  
সূৰ্যৰ পৰা পৃথিৱীৰ গুড় দূৰত্ব

A. ১৫.৭৬ কিঃ মিঃ

B. ১৪.৯৬ কিঃ মিঃ

C. ১৬.১৬ কিঃ মিঃ

D. ১৪.৫৫ কিঃ মিঃ

Answer : Option B

View Answer

3.  
সৌৰজগতৰ বৃহত্তম গ্ৰহটো হ'ল

A. পৃথিৱী

B. মওল

C. শনি

D. বৃহস্পতি

Answer : Option D

View Answer

4.  
ফ’বােছ আৰু জিমাছ উপগ্রহ দুটা হ’ল

A. শনি

B. বৃহস্পতি

C. মঙল

D. ওপৰৰ এটাৰাে নহয়

Answer : Option C

View Answer

5.  
দুৰবীক্ষণৰ সহায়েৰে আৱিষ্কাৰ কৰা সৌৰজগতৰ প্ৰথম গ্ৰহটো হল

A. নেপচুন

B. ইউৰেনাছ

C. শনি

D. মঙল

Answer : Option B

View Answer

6.  
আটাইতকৈ কম ঘনত্বৰ গ্ৰহটো হ'ল

A. শনি

B. বুধ

C. মঙল

D. শুক্র

Answer : Option A

View Answer

7.  
পৃথিৱীৰ যমজ বুলি কোৱা গ্ৰহটো হ'ল

A. বুধ

B. মঙল

C. শুক্র

D. শনি

Answer : Option C

View Answer

8.  
সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল বাষ্পপিণ্ডবােৰ হ’ল

A. ধূমকেতু

B. গ্রহাণুপুঞ্জ

C. উপগ্রহ

D. নক্ষত্র

Answer : Option A

View Answer

9.  
১৮৪৬ চনত ফৰাচী বিজ্ঞানী গণিতজ্ঞ উৰবেইন লেভেৰিয়াৰে আৱিষ্কাৰ কৰা গ্ৰহটো হ'ল

A. ইউৰেনাছ

B. নেপচুন

C. শনি

D. মঙল

Answer : Option B

View Answer

10.  
পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ সময় লয়

A. ৩৬৫ দিন, ৬ ঘণ্টা, ৯ মিনিট ১০ ছেকেণ্ড

B. ৩৬৪ দিন, ৩ ঘণ্টা, ৫ মিনিট ১১ ছেকেণ্ড

C. ৩৬৫ দিন, ৫ ঘণ্টা, ৯ মিনিট ৫ ছেকেণ্ড

D. ৩৬৭ দিন, ৪ ঘণ্টা, ৭ মিনিট ৪ ছেকেণ্ড

Answer : Option A

View Answer