130 ExamPoint | Assam Direct Recruitment MCQs

131.  
২০১০ চনৰ মতে সাক্ষৰতাৰ হাৰ হ'ল

A. ৫৫ শতাংশ

B. ৬৫ শতাংশ

C. ৬০ শতাংশ

D. ৬৬ শতাংশ

Answer : Option D

View Answer

132.  
শিক্ষিতৰ হাৰ আটাইতকৈ বেছি থকা ৰাজ্যখন হ'ল

A. মিজোৰাম

B. কেৰালা

C. ত্ৰিপুৰা

D. অসম

Answer : Option B

View Answer

133.  
ভাৰেষ্ট শৃংগৰ উচ্চতা হ'ল

A. ৮,৮৪৮ মি

B. ৮,৪৮১ মি

C. ৮,৫৯৮ মি

D. ৮,১৬২ মি

Answer : Option A

View Answer