ভূগোল (Geography) MCQ MCQ
121.
ভাৰতবৰ্ষত মুঠ ৮০.৬৩ কোটি একৰ আয়তনৰ _ হেক্টৰ মাটি কৃষিকাৰ্য সম্পাদন কৰা হয়
122.
View Answer
সেউজ বিপ্লৱ সূচনা হৈছিল
A. ১৯৬৭-৬৮ চনৰ পৰা
B. ১৯৭০-৭১ চনৰ পৰা
C. ১৯৭১-৭২ চনৰ পৰা
D. ওপৰৰ এটাও নহয়
Answer : Option A
123.
সেউজ বিপ্লৱত বেছিকৈ সাৰ্থক হোৱা ৰাজ্যখন হ’ল
124.
View Answer
অসমৰ চাহখেতি, বিহাৰৰ আমখেতি, দক্ষিণ ভাৰতৰ ৰবৰ খেতি কৰা হয়
A. সিঞ্চন পদ্ধতিৰে
B. দ্বিৰোপণ পদ্ধতিৰে
C. ৰোপন পদ্ধতিৰে
D. ঝমু পদ্ধতিৰে
Answer : Option C
125.
চাহখেতি, কুঁহিয়াৰ, মৰাপাট আদি _ কৃষিৰ ভিতৰত পৰে
126.
বৰষুণৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি কৃষিক _ ভাগত ভগাব পাৰি
127.
ভাৰতবৰ্ষৰ ঘেঁহুৰ ভঁৰাল হ’ল
128.
কুঁহিয়াৰ উৎপাদনত ভাৰতবৰ্ষই ___ স্থান লাভ কৰিছে
129.
ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হ’ল
130.
২০০১ চনৰ মতে ভাৰতৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত