120 ExamPoint | Assam Direct Recruitment MCQs

121.  
ভাৰতবৰ্ষত মুঠ ৮০.৬৩ কোটি একৰ আয়তনৰ _ হেক্টৰ মাটি কৃষিকাৰ্য সম্পাদন কৰা হয়

A. ১৪.৬ কোটি

B. ১৫.০৮ কোটি

C. ১৫.৯৬ কোটি

D. ১২.০৮ কোটি

Answer : Option B

View Answer

122.  
সেউজ বিপ্লৱ সূচনা হৈছিল

A. ১৯৬৭-৬৮ চনৰ পৰা

B. ১৯৭০-৭১ চনৰ পৰা

C. ১৯৭১-৭২ চনৰ পৰা

D. ওপৰৰ এটাও নহয়

Answer : Option A

View Answer

123.  
সেউজ বিপ্লৱত বেছিকৈ সাৰ্থক হোৱা ৰাজ্যখন হ’ল

A. অসম

B. বিহাৰ

C. উৰিষ্যা

D. পঞ্জাৱ

Answer : Option D

View Answer

124.  
অসমৰ চাহখেতি, বিহাৰৰ আমখেতি, দক্ষিণ ভাৰতৰ ৰবৰ খেতি কৰা হয়

A. সিঞ্চন পদ্ধতিৰে

B. দ্বিৰোপণ পদ্ধতিৰে

C. ৰোপন পদ্ধতিৰে

D. ঝমু পদ্ধতিৰে

Answer : Option C

View Answer

125.  
চাহখেতি, কুঁহিয়াৰ, মৰাপাট আদি _ কৃষিৰ ভিতৰত পৰে

A. মিশ্ৰ কৃষি

B. গহণ কৃষি

C. আত্মনিৰ্ভৰশীল কৃষি

D. বাণিজ্যিক কৃষি

Answer : Option D

View Answer

126.  
বৰষুণৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি কৃষিক _ ভাগত ভগাব পাৰি

A. তিনিটা

B. চাৰিটা

C. ছয়টা

D. দুটা

Answer : Option A

View Answer

127.  
ভাৰতবৰ্ষৰ ঘেঁহুৰ ভঁৰাল হ’ল

A. পঞ্জাৱ

B. অসম

C. বিহাৰ

D. পশ্চিমবংগ

Answer : Option A

View Answer

128.  
কুঁহিয়াৰ উৎপাদনত ভাৰতবৰ্ষই ___ স্থান লাভ কৰিছে

A. প্রথম

B. দ্বিতীয়

C. তৃতীয়

D. চতুৰ্থ

Answer : Option A

View Answer

129.  
ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হ’ল

A. অসম

B. পশ্চিমবংগ

C. উত্তৰ প্ৰদেশ

D. মধ্য প্ৰদেশ

Answer : Option C

View Answer

130.  
২০০১ চনৰ মতে ভাৰতৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত

A. ৩২৬ জন

B. ৩২৮ জন

C. ৩২১ জন

D. ৩২৪ জন

Answer : Option D

View Answer