ভূগোল (Geography) MCQ MCQ
111.
View Answer
লাক্ষাদ্বীপ, মিনিকয় আৰু আমিনদিভি দ্বীপপুঞ্জৰ মুঠ মাটিকালি
A. ৩২ বৰ্গ কিলোমিটাৰ
B. ৪২ বৰ্গ কিলোমিটাৰ
C. ৩৫ বৰ্গ কিলোমিটাৰ
D. ৪৫ বৰ্গ কিলোমিটাৰ
Answer : Option
112.
গংগানৈৰ মুঠ দৈৰ্ঘ হ’ল
114.
ছেমায়ুংদুং হিমবাহৰ পৰা উৎপত্তি হৈছে
115.
ব্ৰহ্মপুত্ৰ শদিয়াৰ পৰা মোহনালৈ _ কিঃ মিঃ দৈৰ্ঘ্য
116.
বিখ্যাত নদীদ্বীপ মাজুলী _ জিলাত অৱস্থিত
117.
View Answer
বৰাক, মহানদী, গোদাবৰী, কৃষ্ণ, কাবেৰী হ’ল
A. বংগোপ সাগৰ বাহিনী নদী
B. আৰৱ সাগৰ বাহিনী নদী
C. পশ্চিমঘাট পৰ্বতৰ পশ্চিম বাহিনীৰ নদী
D. ওপৰৰ এটাও নহয়
Answer : Option A
118.
কৰ্কটক্ৰান্তি ৰেখাডাল পাৰ হৈ যোৱা ৰাজ্যখন হ'ল
119.
View Answer
ভাৰতবৰ্ষৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ হ’ল
A. ৫,৮০০ কিলোমিটাৰ
B. ৫,০০০ কিলোমিটাৰ
C. ৭৫১৬.৬ কিলোমিটাৰ
D. ৫,৫০০ কিলোমিটাৰ
Answer : Option C
120.
পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা অঞ্চল