110 ExamPoint | Assam Direct Recruitment MCQs

111.  
লাক্ষাদ্বীপ, মিনিকয় আৰু আমিনদিভি দ্বীপপুঞ্জৰ মুঠ মাটিকালি

A. ৩২ বৰ্গ কিলোমিটাৰ

B. ৪২ বৰ্গ কিলোমিটাৰ

C. ৩৫ বৰ্গ কিলোমিটাৰ

D. ৪৫ বৰ্গ কিলোমিটাৰ

Answer : Option

View Answer

112.  
গংগানৈৰ মুঠ দৈৰ্ঘ হ’ল

A. ৩,৪০০ কিঃ মিঃ

B. ৪,৫০০ কিঃ মিঃ

C. ২,৪০০ কিঃ মিঃ

D. ৩,২০০ কিঃ মিঃ

Answer : Option C

View Answer

113.  
দুখৰ নদী হ’ল

A. যমুনা

B. যমুনা

C. দামোদৰ

D. কুশী

Answer : Option C

View Answer

114.  
ছেমায়ুংদুং হিমবাহৰ পৰা উৎপত্তি হৈছে

A. ব্ৰহ্মপুত্ৰ নদী

B. গংগা নদী

C. যমুনা নদী

D. স্বৰস্বতী নদী

Answer : Option A

View Answer

115.  
ব্ৰহ্মপুত্ৰ শদিয়াৰ পৰা মোহনালৈ _ কিঃ মিঃ দৈৰ্ঘ্য

A. ২৮৮০ কিঃ মিঃ

B. ১,৩৮০ কিঃ মিঃ

C. ৩,১৮০ কিঃ মিঃ

D. ১,৮৩০ কিঃ মিঃ

Answer : Option A

View Answer

116.  
বিখ্যাত নদীদ্বীপ মাজুলী _ জিলাত অৱস্থিত

A. যোৰহাট জিলাত

B. লখিমপুৰ জিলাত

C. গোলাঘাট জিলাত

D. ড্ক্লিগড় জিলাত

Answer : Option A

View Answer

117.  
বৰাক, মহানদী, গোদাবৰী, কৃষ্ণ, কাবেৰী হ’ল

A. বংগোপ সাগৰ বাহিনী নদী

B. আৰৱ সাগৰ বাহিনী নদী

C. পশ্চিমঘাট পৰ্বতৰ পশ্চিম বাহিনীৰ নদী

D. ওপৰৰ এটাও নহয়

Answer : Option A

View Answer

118.  
কৰ্কটক্ৰান্তি ৰেখাডাল পাৰ হৈ যোৱা ৰাজ্যখন হ'ল

A. বিহাৰ

B. পশ্চিমবং

C. মহাৰাষ্ট্ৰ

D. মধ্যপ্ৰদেশ

Answer : Option C

View Answer

119.  
ভাৰতবৰ্ষৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ হ’ল

A. ৫,৮০০ কিলোমিটাৰ

B. ৫,০০০ কিলোমিটাৰ

C. ৭৫১৬.৬ কিলোমিটাৰ

D. ৫,৫০০ কিলোমিটাৰ

Answer : Option C

View Answer

120.  
পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা অঞ্চল

A. মৌচিনৰামত

B. উৰিষ্যাত

C. পশ্চিমবংগত

D. তামিলনাডুত

Answer : Option A

View Answer