ভূগোল (Geography) MCQ MCQ
91.
বিশেষজ্ঞসকলৰ মতে অসমত _ নিযুত টন কয়লা আছে
92.
ডিগবৈৰ তৈলক্ষেত্ৰ আৱিষ্কাৰ হয় _____ চনত
93.
_____ তৈলক্ষেত্ৰ ভাৰতৰ ভিতৰত দ্বিতীয় বৃহৎ তৈলক্ষেত্ৰ
94.
নাহৰকটীয়াৰ পৰা নুনমাটিলৈ ____ কিলোমিটাৰ নলী পথ আছে
95.
নুনমাটিৰ পৰা শোধন কৰা তেল ____ কিলোমিটাৰ দীঘল নলী পথেৰে শিলিগুৰিলৈ পঠিওৱা হয়
96.
অসমৰ ____ জিলাত লোণাপানীৰ উহ আছে
97.
অসমৰ ____ টিনপাত প্রস্তুত কৰা কাৰখানা আছে
98.
View Answer
ভাৰতবৰ্ষ পৃথিবীৰ
A. সম্পূৰ্ণকৈ উত্তৰ গোলাৰ্ধত অৱস্থিত
B. সম্পূৰ্ণকৈ দক্ষিণ গোলাৰ্ধত অৱস্থিত
C. বেছি অংশ উত্তৰ গোলাৰ্ধত কম অংশ দক্ষিণ গোলাৰ্ধত অৱস্থিত
D. উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধত সমানে বিস্তৃত হৈ আছে
Answer : Option A
99.
View Answer
ভাৰতবৰ্ষৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ হ’ল
A. ৬,৩৫৪.৫ কিলোমিটাৰ
B. ৩,২১৯.৬ কিলোমিটাৰ
C. ৭,৫১৬.৬ কিলোমিটাৰ
D. ২,৯৭৭.৪ কিলোমিটাৰ
Answer : Option C
100.
পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ মালভূমি হ’ল