90 ExamPoint | Assam Direct Recruitment MCQs

91.  
বিশেষজ্ঞসকলৰ মতে অসমত _ নিযুত টন কয়লা আছে

A. ১০০০ নিযুত টন

B. ২০০০ নিযুত টন

C. ১৫০০ নিযুত টন

D. ২৫০০ নিযুত টন

Answer : Option A

View Answer

92.  
ডিগবৈৰ তৈলক্ষেত্ৰ আৱিষ্কাৰ হয় _____ চনত

A. ১৯৯৮

B. ১৮৮৯

C. ১৮৭৯

D. ১৮৯৭

Answer : Option B

View Answer

93.  
_____ তৈলক্ষেত্ৰ ভাৰতৰ ভিতৰত দ্বিতীয় বৃহৎ তৈলক্ষেত্ৰ

A. গেলেকী

B. জালনি

C. নাহৰকটীয়া

D. মৰাণ

Answer : Option C

View Answer

94.  
নাহৰকটীয়াৰ পৰা নুনমাটিলৈ ____ কিলোমিটাৰ নলী পথ আছে

A. ৪৫০ কিলোমিটাৰ

B. ৪৪০ কিলোমিটাৰ

C. ৬৫০ কিলোমিটাৰ

D. ওপৰৰ এটাও নহয়

Answer : Option B

View Answer

95.  
নুনমাটিৰ পৰা শোধন কৰা তেল ____ কিলোমিটাৰ দীঘল নলী পথেৰে শিলিগুৰিলৈ পঠিওৱা হয়

A. ৩২০ কিলোমিটাৰ

B. ২২০ কিলোমিটাৰ

C. ৪২০ কিলোমিটাৰ

D. ৫২০ কিলোমিটাৰ

Answer : Option C

View Answer

96.  
অসমৰ ____ জিলাত লোণাপানীৰ উহ আছে

A. নগাঁও জিলা

B. কাছাৰ জিলা

C. কাৰ্বি আংলং

D. ওপৰৰ এটাও নহয়

Answer : Option B

View Answer

97.  
অসমৰ ____ টিনপাত প্রস্তুত কৰা কাৰখানা আছে

A. আমিনগাঁৱত

B. ৰঙিয়াত

C. লখৰাত

D. কালাপাৰত

Answer : Option A

View Answer

98.  
ভাৰতবৰ্ষ পৃথিবীৰ

A. সম্পূৰ্ণকৈ উত্তৰ গোলাৰ্ধত অৱস্থিত

B. সম্পূৰ্ণকৈ দক্ষিণ গোলাৰ্ধত অৱস্থিত

C. বেছি অংশ উত্তৰ গোলাৰ্ধত কম অংশ দক্ষিণ গোলাৰ্ধত অৱস্থিত

D. উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধত সমানে বিস্তৃত হৈ আছে

Answer : Option A

View Answer

99.  
ভাৰতবৰ্ষৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ হ’ল

A. ৬,৩৫৪.৫ কিলোমিটাৰ

B. ৩,২১৯.৬ কিলোমিটাৰ

C. ৭,৫১৬.৬ কিলোমিটাৰ

D. ২,৯৭৭.৪ কিলোমিটাৰ

Answer : Option C

View Answer

100.  
পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ মালভূমি হ’ল

A. পামিৰ মালভূমি

B. মালোৱা মালভূমি

C. ৰেৱা মালভূমি

D. কৰ্ণাটক মালভূমি

Answer : Option A

View Answer