100 ExamPoint | Assam Direct Recruitment MCQs

101.  
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ _ মহাসাৰত অৱস্থিত?

A. আৰৱ সাগৰত

B. বংগোপ সাগৰত

C. ভাৰত মহাসাগৰত

D. প্ৰশান্ত মহাসাগৰত

Answer : Option B

View Answer

102.  
আৰৱ সাগৰত অৱস্থিত দ্বীপপুঞ্জ হ’ল

A. আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ

B. লাক্ষাদ্বীপ মিনিকয় আৰু আমিনদিভি দ্বীপপুঞ্জ

C. বেৰন আৰু নাৰকোনদাম

D. মালদ্বীপ

Answer : Option B

View Answer

103.  
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ বহুতো সৰু বৰ দ্বীপেৰে গঠিত, এই দ্বীপৰ সংখ্যা হ'ল

A. ২০০ তকৈ অধিক

B. ১৫০তকৈ অধিক

C. ২৫০তকৈ অধিক

D. ৫০ তকৈ অধিক

Answer : Option A

View Answer

104.  
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ দুটাক পৃথক কৰিছে

A. দহ ডিগ্ৰী প্ৰণালীয়ে

B. ন ডিগ্ৰী প্রণালীয়ে

C. আঠ ডিগ্ৰী প্ৰণালীয়ে

D. বাৰ ডিগ্ৰী প্রণালীয়ে

Answer : Option A

View Answer

105.  
মিনিকয় দ্বীপ আৰু মালদ্বীপৰ মাজত _ প্ৰণালী অৱস্থিত

A. আঠ ডিগ্ৰী প্ৰণলী

B. ন ডিগ্ৰী প্রণালী

C. দহ ডিগ্ৰী প্ৰণালী

D. ছয় ডিগ্ৰী প্রণালী

Answer : Option A

View Answer

106.  
আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ আয়তন হ’ল

A. ৬,৪৭৫ বৰ্গ কিলোমিটাৰ

B. ৬,৫৭৪ বৰ্গ কিলোমিটাৰ

C. ৭,২৫৪ বৰ্গ কিলোমিটাৰ

D. ৫,৬৪২ বৰ্গ কিলোমিটাৰ

Answer : Option A

View Answer

107.  
লাক্ষাদ্বীপ, মিনিকয় আৰু আঁমনদিভি দ্বীপৰ সমষ্টি

A. ২৫ টা

B. ২৪ টা

C. ২৬ টা

D. ২৯ টা

Answer : Option A

View Answer

108.  
আন্দামান সাগৰ আৰু বংগোপ সাগৰক সংলগ্ন কৰিছে

A. ১০ ডিগ্ৰী প্ৰণালীয়ে

B. ৯ ডিগ্ৰী প্ৰণালীয়ে

C. ৮ ডিগ্ৰী প্ৰণালীয়ে

D. ৬ ডিগ্ৰী প্ৰণালীয়ে

Answer : Option A

View Answer

109.  
লাক্ষাদ্বীপপুঞ্জ আৰু মিনিকয় দ্বীপপুঞ্জক _ প্ৰণালীয়ে পৃথক কৰিছে

A. আঠ ডিগ্ৰী প্ৰণলী

B. ন ডিগ্ৰী প্ৰণলী

C. দহ ডিগ্ৰী প্ৰণালী

D. ছয় ডিগ্ৰী প্ৰণালী

Answer : Option B

View Answer

110.  
মিনিকয় দ্বীপ আৰু মালদ্বীপৰ মাজত _ প্ৰণালী অৱস্থিত

A. আঠ ডিগ্ৰী প্ৰণালী

B. ন ডিগ্ৰী প্ৰণালী

C. দহ ডিগ্ৰী প্ৰণালী

D. ছয় ডিগ্ৰী প্ৰণালী

Answer : Option A

View Answer