ভূগোল (Geography) MCQ MCQ
71.
View Answer
অসমৰ মুঠ মাটিকালিৰ পৰিমাণ হ’ল
A. ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ
B. ৭৮,৪৩৬ বৰ্গ কিলোমিটাৰ
C. ৭৭,৪৩৮ বৰ্গ কিলোমিটাৰ
D. ৭৬,৪৩৬ বৰ্গ কিলোমিটাৰ
Answer : Option A
72.
ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৈৰ্ঘ্য হ’ল
73.
View Answer
কৰিমগঞ্জ চেনিকলটো স্থাপিত হৈছিল
A. দ্বিতীয় পাঁচ বছৰীয়া পৰিকল্পনাত
B. তৃতীয় পাঁচ বছৰীয়া পৰিকল্পনাত
C. চতুৰ্থ পাঁচ বছৰীয়া পৰিকল্পনাত
D. পঞ্চম পাঁচ বছৰীয়া পৰিকল্পনাত
Answer : Option A
74.
অসমৰ প্রথম তেল শোধনাগাৰটো হ’ল
75.
অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি (২০০১ চনৰ মতে)
76.
View Answer
অসমৰ অক্ষৰৈখিক আৰু দ্ৰাঘিমাৰৈখিক বিস্তৃতি হ’ল
A. 24°3' উত্তৰ অক্ষৰেখাৰ পৰা 27°58' উঃ অক্ষৰেখালৈ আৰু 89°5' পূব দ্ৰাঘিমা ৰেখাৰ পৰা 96°1' পূব দ্ৰাঘিমালৈ
B. 23°4' উত্তৰ অক্ষৰেখাৰ পৰা 28°58' উঃ অক্ষৰেখালৈ আৰু 47°5' পূব দ্ৰাঘিমা ৰেখাৰ পৰা 98°1' পূব দ্ৰাঘিমালৈ
C. 24°6' উত্তৰ অক্ষৰেখাৰ পৰা 27°58' উঃ অক্ষৰেখালৈ আৰু 87°5' পূব দ্ৰাঘিমা ৰেখাৰ পৰা 96°2' পূব দ্ৰাঘিমালৈ
D. 22°6' উত্তৰ অক্ষৰেখাৰ পৰা 27°5' উঃ অক্ষৰেখালৈ আৰু 88°5’ পূব দ্ৰাঘিমা ৰেখাৰ পৰা 95°5' পূব দ্ৰাঘথিমলৈ
Answer : Option A
77.
পাটকাই পৰ্বত হ’ল
78.
পৃথিৱীৰ বৃহত্তম নদী-দ্বীপটো হ’ল
79.
মৌচিনৰামৰ গড় বৰষুণৰ পৰিমাণ
80.
গুৱাহাটীত বৰষুণৰ পৰিমাণ হ’ল