50 ExamPoint | Assam Direct Recruitment MCQs

51.  
পৃথিৱীৰ ভিতৰত দ্বিতীয় প্রধান সােণৰ খনি হ’ল

A. টিম্নিনছৰ হলিংগাৰ

B. কেলিফর্নিয়া অঞ্চল

C. ক’লৰাডাে অঞ্চল

D. কপাৰ মাইন

Answer : Option A

View Answer

52.  
পৃথিৱীৰ ভিতৰত তৃতীয় তাম উৎপাদনকাৰী দেশ হ'ল

A. দক্ষিণ আমেৰিকা

B. উত্তৰ আমেৰিকা

C. আফ্রিকা

D. ইউৰােপ

Answer : Option B

View Answer

53.  
অষ্ট্রেলিয়াৰ উপকুল ৰেখাৰ দৈর্ঘ্য হ'ল

A. ১৯,২০০ কিলােমিটাৰ

B. ১৯,৩০০ কিলােমিটাৰ

C. ১৯,৪০০ কিলােমিটাৰ

D. ১৯,৭০০ কিলােমিটাৰ

Answer : Option C

View Answer

54.  
পৃথিৱীৰ উপৰিভাগৰ ____ শতাংশ ঠাই জলভাগে আগুৰি আছে

A. ৮১ শতাংশ

B. ৭১ শতাংশ

C. ৬১ শতাংশ

D. ৫১ শতাংশ

Answer : Option B

View Answer

55.  
ভাৰত মহাসাগৰৰ আয়তন হ’ল

A. ৭৪.৬ নিযুত বর্গ কিলােমিটাৰ

B. ৭১.৬ নিযুত বর্গ কিলােমিটাৰ

C. ৭৩.৬ নিযুত বর্গ কিলােমিটাৰ

D. ৭২.৬ নিযুত বর্গ কিলােমিটাৰ

Answer : Option C

View Answer

56.  
পৃথিৱীৰ বৃহত্তম মহাসাগৰখন হ'ল

A. প্রশান্ত মহাসাগৰ

B. আটলান্টিক মহাসাগৰ

C. ভাৰত মহাসাগৰ

D. দক্ষিণ মহাসাগৰ

Answer : Option A

View Answer

57.  
পৃথিৱীৰ আটাইতকৈ গভীৰতম খাত হল

A. জাপান খাত

B. মেৰিয়ানা খাত

C. কিউৰাইল খাত

D. ফিলিপাইন খাত

Answer : Option B

View Answer

58.  
আটলান্টিক মহাসাগৰৰ দৈৰ্ঘ্য হ'ল

A. ১,৫০০ কিলােমিটাৰ

B. ১৪ কিলােমিটাৰ

C. ১,৭০০ কিলােমিটাৰ

D. ১৮ কিলােমিটাৰ

Answer : Option A

View Answer

59.  
ভাৰত মহাসাগৰ গড় গভীৰতা হ’ল

A. ৪,০০০ মিটাৰ

B. ৩,০০০ মিটাৰ

C. ৪,৫০০ মিটাৰ

D. ২,০০০ মিটাৰ

Answer : Option A

View Answer

60.  
ভাৰত মহাসাগৰৰ একমাত্র খাত হল

A. ফিলিপাইন খাত

B. মেৰিয়ানা খাত

C. চুণ্ডা খাত

D. জাপান খাত

Answer : Option C

View Answer