ভূগোল (Geography) MCQ MCQ
51.
View Answer
পৃথিৱীৰ ভিতৰত দ্বিতীয় প্রধান সােণৰ খনি হ’ল
A. টিম্নিনছৰ হলিংগাৰ
B. কেলিফর্নিয়া অঞ্চল
C. ক’লৰাডাে অঞ্চল
D. কপাৰ মাইন
Answer : Option A
52.
পৃথিৱীৰ ভিতৰত তৃতীয় তাম উৎপাদনকাৰী দেশ হ'ল
53.
View Answer
অষ্ট্রেলিয়াৰ উপকুল ৰেখাৰ দৈর্ঘ্য হ'ল
A. ১৯,২০০ কিলােমিটাৰ
B. ১৯,৩০০ কিলােমিটাৰ
C. ১৯,৪০০ কিলােমিটাৰ
D. ১৯,৭০০ কিলােমিটাৰ
Answer : Option C
54.
পৃথিৱীৰ উপৰিভাগৰ ____ শতাংশ ঠাই জলভাগে আগুৰি আছে
55.
View Answer
ভাৰত মহাসাগৰৰ আয়তন হ’ল
A. ৭৪.৬ নিযুত বর্গ কিলােমিটাৰ
B. ৭১.৬ নিযুত বর্গ কিলােমিটাৰ
C. ৭৩.৬ নিযুত বর্গ কিলােমিটাৰ
D. ৭২.৬ নিযুত বর্গ কিলােমিটাৰ
Answer : Option C
56.
View Answer
পৃথিৱীৰ বৃহত্তম মহাসাগৰখন হ'ল
A. প্রশান্ত মহাসাগৰ
B. আটলান্টিক মহাসাগৰ
C. ভাৰত মহাসাগৰ
D. দক্ষিণ মহাসাগৰ
Answer : Option A
57.
পৃথিৱীৰ আটাইতকৈ গভীৰতম খাত হল
58.
View Answer
আটলান্টিক মহাসাগৰৰ দৈৰ্ঘ্য হ'ল
A. ১,৫০০ কিলােমিটাৰ
B. ১৪ কিলােমিটাৰ
C. ১,৭০০ কিলােমিটাৰ
D. ১৮ কিলােমিটাৰ
Answer : Option A
59.
ভাৰত মহাসাগৰ গড় গভীৰতা হ’ল
60.
ভাৰত মহাসাগৰৰ একমাত্র খাত হল