ভূগোল (Geography) MCQ MCQ
41.
ইউৰােপৰ জনবসতিৰ ঘনত্ব হ'ল
42.
জল বিদ্যুৎ উৎপাদনত উঃ আমেৰিকাই স্থান লাভ কৰিছে
43.
ৰেড ইণ্ডিয়ান বুলিলে _ মহাদেশৰ মানুহক জনা যায়
44.
বর্তমান আমেৰিকাৰ মুঠ জনসংখ্যা হল
45.
পৃথিৱীৰ ভিতৰত আটাইতকৈ বহল নদী হল
46.
____ নলী নদীৰ দান বুলি কোৱা হয়
47.
View Answer
পৃথিৱীৰ বৃহত্তম দ্বীপটো হ'ল
A. নিউফাউগুলেণ্ড
B. নʼভাস্কছিয়া
C. ভিক্টোৰিয়া দ্বীপ
D. অষ্ট্রেলিয়া
Answer : Option D
48.
কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল
49.
পৃথিৱীৰ ভিতৰত সর্বাধিক দীঘল নৈ হ’ল
50.
মিচিচিপি নৈৰ দৈর্ঘ্য হ’ল