60 ExamPoint | Assam Direct Recruitment MCQs

61.  
ভাৰত মহাসাগৰত থকা মৌৰিচিয়াছ দ্বীপ হল

A. মহাদেশীয় দ্বীপ

B. আগ্নেয় দ্বীপ

C. প্রবাল দ্বীপ

D. ওপৰৰ এটাও নহয়

Answer : Option B

View Answer

62.  
পৃথিৱীৰ সর্বোচ্চ পর্বত হ'ল

A. ৰকি

B. এণ্ডিছ

C. হিমালয়

D. আল্পছ

Answer : Option C

View Answer

63.  
মাউন্ট এভাৰেষ্ট শৃংগৰ উচ্চতা হল

A. ৮,৫৯৮ মিটাৰ

B. ৮,৮৪৮ মিটাৰ

C. ৮,৪৮১ মিটাৰ

D. ৮,১৬২ মিটাৰ

Answer : Option B

View Answer

64.  
আল্পছ পর্বতমালাক স্পেইন আৰু ফ্ৰান্সৰ মাজত _ নামেৰে জনা যায়

A. পিৰেনিজ

B. কান্টাব্রিয়ান পর্বত

C. এপেনাইন

D. কার্পেথিয়ান

Answer : Option A

View Answer

65.  
ৰকি পর্বতমালা হল

A. দক্ষিণ আমেৰিকাৰ

B. এছিয়া মহাদেশৰ

C. উত্তৰ আমেৰিকাৰ

D. ইউৰােপৰ

Answer : Option C

View Answer

66.  
এণ্ডিচ পর্বতৰ সর্বোচ্চ শৃংগ হ'ল

A. কট’পাক্সি

B. একানকাণ্ডৱা

C. চিম্বাৰাজো

D. ছােটা

Answer : Option B

View Answer

67.  
পৃথিৱীৰ উচ্চতম স্থানত অৱস্থিত হ্রদটো হ'ল

A. টিটিকাকা

B. ছুপিৰিয়ৰ মিছিগান

C. হিউন

D. অণ্টেৰিঅ

Answer : Option A

View Answer

68.  
পৃথিৱীৰ দীর্ঘতম পর্বতমালা হ'ল

A. হিমালয়

B. এণ্ডিছ

C. ৰকি

D. আল্পছ

Answer : Option B

View Answer

69.  
ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজত অৱস্থিত পৰ্বত শাৰী হ’ল

A. ৰেহমা পাহাৰ

B. মিকিৰ পাহাৰ

C. বৰাইল পৰ্বত

D. পাটকাই পৰ্বত

Answer : Option C

View Answer

70.  
অসমৰ পাহাৰীয়া জিলা দুখন হ’ল

A. কাৰ্বি আংলং, উত্তৰ কাছাৰ

B. কৰিমগঞ্জ, হাইলাকান্দি

C. লখিমপুৰ, কাছাৰ

D. ধেমাজি, ডিব্ৰুগড়

Answer : Option A

View Answer