ভূগোল (Geography) MCQ MCQ
21.
View Answer
এছিয়া মহাদেশৰ উপকূল ৰেখাৰ মুঠ দৈর্ঘ্য হ'ল
A. প্রায় ৫৮ হেজাৰ কিঃমিঃ
B. ৪৫ হেজাৰ কিঃমিঃ
C. প্রায় ৩৬ হেজাৰ কিঃমিঃ
D. ৬৫ হেজাৰ কিঃমিঃ
Answer : Option A
22.
View Answer
মমৰ সাগৰ আৰু লােহিত সাগৰুৰ মাজত _ প্রণালী আছে
A. পোক প্রণালী
B. বাবেল মাণ্ডেব প্রণালী
C. টাটাৰিস্কি প্রণালী
D. ১০ প্রণালী
Answer : Option B
23.
View Answer
_ মালভূমিক ‘পৃথিৱীৰ মূধচ’ বুলি কোৱা হয়
A. পামিৰ মালভূমি
B. তিব্বত মালভূমি
C. কর্ণাটক মালভূমি
D. আৰ্মেনিয়া মালভূমি
Answer : Option A
25.
এভাৰেষ্ট শৃংগৰ উচ্চতা হল
26.
পৃথিৱীৰ দ্বিতীয় সর্বোচ্চ শৃংগ হ'ল
27.
View Answer
পৃথিৱীৰ দ্বিতীয় সর্বোচ্চ মালভূমি হ'ল
A. আৰৱ মালভূমি
B. তিব্বত মালভূমি
C. দাক্ষিণাত্য মালভূমি
D. ওপৰৰ এটাও নহয়
Answer : Option B
29.
মানস সৰােবৰ হ্ৰদৰ ওচৰৰ ছেমায়ুংদং হিমবাহৰ পৰা _ নৈ উৎপত্তি হৈছে
30.
_____ নদীক পীত নদীও বেলা হয়