20 ExamPoint | Assam Direct Recruitment MCQs

21.  
এছিয়া মহাদেশৰ উপকূল ৰেখাৰ মুঠ দৈর্ঘ্য হ'ল

A. প্রায় ৫৮ হেজাৰ কিঃমিঃ

B. ৪৫ হেজাৰ কিঃমিঃ

C. প্রায় ৩৬ হেজাৰ কিঃমিঃ

D. ৬৫ হেজাৰ কিঃমিঃ

Answer : Option A

View Answer

22.  
মমৰ সাগৰ আৰু লােহিত সাগৰুৰ মাজত _ প্রণালী আছে

A. পোক প্রণালী

B. বাবেল মাণ্ডেব প্রণালী

C. টাটাৰিস্কি প্রণালী

D. ১০ প্রণালী

Answer : Option B

View Answer

23.  
_ মালভূমিক ‘পৃথিৱীৰ মূধচ’ বুলি কোৱা হয়

A. পামিৰ মালভূমি

B. তিব্বত মালভূমি

C. কর্ণাটক মালভূমি

D. আৰ্মেনিয়া মালভূমি

Answer : Option A

View Answer

24.  
___ পৃথিৱীৰ উচ্চতম পর্বত

A. এণ্ডিজ

B. ৰকি

C. হিমালয়

D. য়ুৰাল

Answer : Option C

View Answer

25.  
এভাৰেষ্ট শৃংগৰ উচ্চতা হল

A. ৮,৮৪৮ মিটাৰ

B. ৮,৬০৪ মিটাৰ

C. ৬৮৯৬ মিটাৰ

D. ৮৪৮৮ মিটাৰ

Answer : Option A

View Answer

26.  
পৃথিৱীৰ দ্বিতীয় সর্বোচ্চ শৃংগ হ'ল

A. এভাৰেষ্ট

B. গডউইন অষ্টিন

C. মণ্টৰোজা

D. মণ্টব্লাংক

Answer : Option B

View Answer

27.  
পৃথিৱীৰ দ্বিতীয় সর্বোচ্চ মালভূমি হ'ল

A. আৰৱ মালভূমি

B. তিব্বত মালভূমি

C. দাক্ষিণাত্য মালভূমি

D. ওপৰৰ এটাও নহয়

Answer : Option B

View Answer

28.  
___ নৈৰ উৎস হল টবকাল হ্ৰদ

A. ওৰি

B. ইনিছি

C. লেনা

D. সিন্ধু

Answer : Option C

View Answer

29.  
মানস সৰােবৰ হ্ৰদৰ ওচৰৰ ছেমায়ুংদং হিমবাহৰ পৰা _ নৈ উৎপত্তি হৈছে

A. গংগা

B. ব্রহ্মপুত্র

C. যমুনা

D. সিন্ধু

Answer : Option B

View Answer

30.  
_____ নদীক পীত নদীও বেলা হয়

A. হােৱাংহ

B. গংগা

C. ইৰাৱতী

D. ইনিছি নদী

Answer : Option A

View Answer