ভূগোল (Geography) MCQ MCQ
11.
শিল আৰু গছ-গছনিৰে ভৰা প্ৰায় _ মিটাৰতকৈ ওখ ঠাইক পর্বত বােলে
12.
হিমালয় পর্বত হ'ল
13.
View Answer
ইউৰােপৰ আছ পবত হল
A. নবীন ভংগল পর্বত
B. পুৰণি ভংগিল পর্বত
C. সঞ্চয়জাত পর্বত
D. অৱশিষ্ট পর্বত
Answer : Option A
14.
আৰাৱলী পৰ্বত হল
15.
পৃৱিীৰ উপৰিভাগৰ ওখােৰা-মােখােৰা যদিও মােটামুটিভাৱে সমান অথচ বিস্তীর্ণ উচ্চভূমিক সাধাৰণতে _ বােলে
16.
View Answer
আৰৱ মালভূমি, কানাডাৰ উত্তৰ-পূব অংশৰ মালভূমি আৰু ভাৰতৰ দাক্ষিণাত্য মালভূমি হল
A. মহাদেশীয় মালভূমি
B. গিৰিপাদ মালভূমি
C. সঞ্চয়জাত মালভূমি
D. পৌৰাণিক মালভূমি
Answer : Option D
17.
View Answer
তলৰ কোন মহাদেশীয় মালভূমি নহয়
A. সত্যি মালভূমি
B. উত্তৰ আমেৰিকাৰ কানাডীয় মালভূমি
C. চীনৰ মালভূমি
D. গােটেইকেইখন
Answer : Option C
18.
View Answer
সুন্দৰবন সমভূমি সৃষ্টি হৈছে
A. গংগা নদীৰ মােহনাত
B. ব্রহ্মপুত্র নদীৰ মােহনাত
C. যমুনা নদীৰ মােহনাত
D. ওপৰৰ এটাও নহয়
Answer : Option C
19.
মধ্য এছিয়াত থকা তাৰিম সভূমি হল
20.
View Answer
কাশ্মীৰ উপত্যক হ'ল
A. লাভা সমভূমি
B. উপকূলীয় সমভূমি
C. হ্রদীয় সমভূমি
D. সমপ্রায় সমভূমি
Answer : Option C