10 ExamPoint | Assam Direct Recruitment MCQs

11.  
শিল আৰু গছ-গছনিৰে ভৰা প্ৰায় _ মিটাৰতকৈ ওখ ঠাইক পর্বত বােলে

A. ১,৬০০

B. ১,৭০০

C. ১,৮০০

D. ১,৯০০

Answer : Option C

View Answer

12.  
হিমালয় পর্বত হ'ল

A. ধ্রুপ পর্বত

B. ভংগিল পর্বত

C. সঞ্চয়জাত পর্বত

D. নগ্নীভূত পর্বত

Answer : Option B

View Answer

13.  
ইউৰােপৰ আছ পবত হল

A. নবীন ভংগল পর্বত

B. পুৰণি ভংগিল পর্বত

C. সঞ্চয়জাত পর্বত

D. অৱশিষ্ট পর্বত

Answer : Option A

View Answer

14.  
আৰাৱলী পৰ্বত হল

A. ভংগিল পর্বত

B. সুপ পর্বত

C. অৱশিষ্ট পর্বত

D. সঞ্চয়জাত পর্বত

Answer : Option C

View Answer

15.  
পৃৱিীৰ উপৰিভাগৰ ওখােৰা-মােখােৰা যদিও মােটামুটিভাৱে সমান অথচ বিস্তীর্ণ উচ্চভূমিক সাধাৰণতে _ বােলে

A. পর্বত

B. মালভূমি

C. সমভূমি

D. ওপৰৰ এটাও নহয়

Answer : Option B

View Answer

16.  
আৰৱ মালভূমি, কানাডাৰ উত্তৰ-পূব অংশৰ মালভূমি আৰু ভাৰতৰ দাক্ষিণাত্য মালভূমি হল

A. মহাদেশীয় মালভূমি

B. গিৰিপাদ মালভূমি

C. সঞ্চয়জাত মালভূমি

D. পৌৰাণিক মালভূমি

Answer : Option D

View Answer

17.  
তলৰ কোন মহাদেশীয় মালভূমি নহয়

A. সত্যি মালভূমি

B. উত্তৰ আমেৰিকাৰ কানাডীয় মালভূমি

C. চীনৰ মালভূমি

D. গােটেইকেইখন

Answer : Option C

View Answer

18.  
সুন্দৰবন সমভূমি সৃষ্টি হৈছে

A. গংগা নদীৰ মােহনাত

B. ব্রহ্মপুত্র নদীৰ মােহনাত

C. যমুনা নদীৰ মােহনাত

D. ওপৰৰ এটাও নহয়

Answer : Option C

View Answer

19.  
মধ্য এছিয়াত থকা তাৰিম সভূমি হল

A. দ্রোণী সমভূমি

B. লাভা সমভূমি

C. বদ্বীপীয় সমভূমি

D. হ্রদীয় সমভূমি

Answer : Option A

View Answer

20.  
কাশ্মীৰ উপত্যক হ'ল

A. লাভা সমভূমি

B. উপকূলীয় সমভূমি

C. হ্রদীয় সমভূমি

D. সমপ্রায় সমভূমি

Answer : Option C

View Answer