1.  
ৰাষ্ট্রৰ আইন কানুন কোনে তৈয়াৰ কৰে?

A. কার্যপালিকা

B. ন্যায়পালিকা

C. সংসদ

D. চৰকাৰ

Answer : Option C

View Answer

2.  
চৰকাৰ এখনৰ প্ৰধানকৈ কেইটা বিভাগ আছে?

A. দুটা

B. তিনিটা

C. চাৰিটা

D. পাঁচটা

Answer : Option B

View Answer

3.  
ভাৰতত কেই বছৰৰ মূৰে মূৰে সাধাৰণ নির্বাচন অনুষ্ঠিত হয় ?

A. ২ বছৰ

B. ৪ বছৰ

C. ৩ বছৰ

D. ৫ বছৰ

Answer : Option D

View Answer

4.  
গ্রীক দার্শনিক এৰিষ্টটলে কেইটা মূল নীতিৰ ওপৰত ভিত্তি কৰি চৰকাৰৰ শ্ৰেণী বিভাজন কৰিছিল?

A. এটা

B. তিনিটা

C. দুটা

D. চাৰিটা

Answer : Option C

View Answer

5.  
এৰিষ্ট'টলৰ মতে এক ব্যক্তি চৰকাৰৰ বিকৃত ৰূপটো কি?

A. স্বল্পতন্ত্র

B. ৰাজতন্ত্র

C. ৰাজ্যব্যৱস্থা

D. স্বৈতন্ত্র

Answer : Option D

View Answer

6.  
কেইজনমানে শাসন কৰা চৰকাৰ স্বাভাৱিক ৰূপটো কি?

A. ৰাজতন্ত্র

B. ৰাজ্য ব্যৱস্থা

C. গণতন্ত্র

D. অভিজাততন্ত্র

Answer : Option B

View Answer

7.  
বহুতৰ শাসনৰ বিকৃত ৰূপটো কি?

A. স্বল্পতন্ত্র

B. স্বৈতন্ত্র

C. গণতন্ত্র

D. ধনতন্ত্র

Answer : Option C

View Answer

8.  
একনায়কত্ববাদত কেইজনৰ হাতত ক্ষমতা ন্যস্ত থাকে?

A. বহুতৰ হাতত

B. এজনৰ হাতত

C. দুইজনৰ হাতত

D. পাঁচজনৰ হাতত

Answer : Option B

View Answer

9.  
সীমিত ৰাজতন্ত্র ক'ত আছে?

A. ভাৰতবর্ষ

B. আমেৰিকা যুক্তৰাষ্ট্র

C. ইংলেণ্ড

D. নেদাৰলেণ্ড

Answer : Option C

View Answer

10.  
সংসদীয় চৰকাৰক অন্য কি নামেৰেও জনা যায়?

A. মন্ত্রীসভা পৰিচালিত

B. কেবিনেট পৰিচালিত

C. প্রধানমন্ত্রী পৰিচালিত

D. সংসদীয় পৰিচালিত

Answer : Option A

View Answer