Political Science MCQ MCQ
1.
ৰাষ্ট্রৰ আইন কানুন কোনে তৈয়াৰ কৰে?
2.
চৰকাৰ এখনৰ প্ৰধানকৈ কেইটা বিভাগ আছে?
3.
ভাৰতত কেই বছৰৰ মূৰে মূৰে সাধাৰণ নির্বাচন অনুষ্ঠিত হয় ?
4.
গ্রীক দার্শনিক এৰিষ্টটলে কেইটা মূল নীতিৰ ওপৰত ভিত্তি কৰি চৰকাৰৰ শ্ৰেণী বিভাজন কৰিছিল?
5.
এৰিষ্ট'টলৰ মতে এক ব্যক্তি চৰকাৰৰ বিকৃত ৰূপটো কি?
6.
কেইজনমানে শাসন কৰা চৰকাৰ স্বাভাৱিক ৰূপটো কি?
7.
বহুতৰ শাসনৰ বিকৃত ৰূপটো কি?
8.
একনায়কত্ববাদত কেইজনৰ হাতত ক্ষমতা ন্যস্ত থাকে?
9.
সীমিত ৰাজতন্ত্র ক'ত আছে?
10.
View Answer
সংসদীয় চৰকাৰক অন্য কি নামেৰেও জনা যায়?
A. মন্ত্রীসভা পৰিচালিত
B. কেবিনেট পৰিচালিত
C. প্রধানমন্ত্রী পৰিচালিত
D. সংসদীয় পৰিচালিত
Answer : Option A