Political Science MCQ MCQ
21.
উপৰাষ্ট্ৰপতিৰ কাৰ্যকাল কেইবছৰ ?
22.
View Answer
ৰাজ্যসভাৰ সভাপতি কোন?
A. ৰাষ্ট্রপতি
B. উপৰাষ্ট্রপতি
C. প্রধানমন্ত্রী
D. ৰাজ্যসভাৰ যিকোনাে সদস্য
Answer : Option B
23.
View Answer
ভাৰতৰ প্ৰধানমন্ত্রীক কোনে নিযুক্তি দিয়ে?
A. ৰাষ্ট্রপতি
B. উপ-ৰাষ্ট্রপতি
C. উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ
D. লােকসভাৰ অধ্যক্ষই
Answer : Option A
24.
প্রধানমন্ত্রী কার্যকাল কিমান ?
25.
View Answer
মন্ত্রী পৰিষদক কোনাে নিযুক্তি দিয়ে?
A. প্রধানমন্ত্রী
B. ৰাষ্ট্রপতি
C. উপৰাষ্ট্রপতি
D. উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ
Answer : Option B
26.
মন্ত্রী পৰিষদৰ কাৰ্যকাল কিমান ?
27.
মন্ত্রী পৰিষদ কাৰ আস্থাৰ ওপৰত জীয়াই থাকে?
28.
View Answer
মন্ত্রী পৰিষদক পদচ্যুত কৰিব লাগিলে লােকসভাৰ কিমান সদস্যৰ সন্মতিৰ প্রয়ােজন?
A. এক তৃতীয়াংশ
B. দুই তৃতীয়াংশ
C. এক চতুর্থাংশ
D. সাধাৰণ সংখ্যাগৰিষ্ঠ
Answer : Option D
29.
মন্ত্রী পৰিষদ কাৰ ওচৰত দায়ী থাকিব লাগে?
30.
মন্ত্রীসভাৰ সদস্যসকলক কোনে মনােনীত কৰে?