20 ExamPoint | Assam Direct Recruitment MCQs

21.  
উপৰাষ্ট্ৰপতিৰ কাৰ্যকাল কেইবছৰ ?

A. পাঁচ বছর

B. চাৰি বছৰ

C. তিনি বছৰ

D. ছয় বছৰ

Answer : Option A

View Answer

22.  
ৰাজ্যসভাৰ সভাপতি কোন?

A. ৰাষ্ট্রপতি

B. উপৰাষ্ট্রপতি

C. প্রধানমন্ত্রী

D. ৰাজ্যসভাৰ যিকোনাে সদস্য

Answer : Option B

View Answer

23.  
ভাৰতৰ প্ৰধানমন্ত্রীক কোনে নিযুক্তি দিয়ে?

A. ৰাষ্ট্রপতি

B. উপ-ৰাষ্ট্রপতি

C. উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ

D. লােকসভাৰ অধ্যক্ষই

Answer : Option A

View Answer

24.  
প্রধানমন্ত্রী কার্যকাল কিমান ?

A. পাঁচ বছৰ

B. চাৰি বছৰ

C. ছয় বছৰ

D. কোনাে কার্যকাল নাই

Answer : Option D

View Answer

25.  
মন্ত্রী পৰিষদক কোনাে নিযুক্তি দিয়ে?

A. প্রধানমন্ত্রী

B. ৰাষ্ট্রপতি

C. উপৰাষ্ট্রপতি

D. উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ

Answer : Option B

View Answer

26.  
মন্ত্রী পৰিষদৰ কাৰ্যকাল কিমান ?

A. পাঁচ বছৰ

B. চাৰি বছৰ

C. কার্যকাল নাই

D. ছয় বছৰ

Answer : Option C

View Answer

27.  
মন্ত্রী পৰিষদ কাৰ আস্থাৰ ওপৰত জীয়াই থাকে?

A. সংসদৰ

B. লােকসভাৰ

C. ৰাজ্যসভাৰ

D. প্রধানমন্ত্ৰীৰ

Answer : Option B

View Answer

28.  
মন্ত্রী পৰিষদক পদচ্যুত কৰিব লাগিলে লােকসভাৰ কিমান সদস্যৰ সন্মতিৰ প্রয়ােজন?

A. এক তৃতীয়াংশ

B. দুই তৃতীয়াংশ

C. এক চতুর্থাংশ

D. সাধাৰণ সংখ্যাগৰিষ্ঠ

Answer : Option D

View Answer

29.  
মন্ত্রী পৰিষদ কাৰ ওচৰত দায়ী থাকিব লাগে?

A. ৰাষ্ট্রপতি

B. উপ-ৰাষ্ট্রপতি

C. প্রধানমন্ত্রী

D. লােকসভা

Answer : Option D

View Answer

30.  
মন্ত্রীসভাৰ সদস্যসকলক কোনে মনােনীত কৰে?

A. প্রধানমন্ত্রী

B. ৰাষ্ট্রপতি

C. উপৰাষ্ট্রপতি

D. লােকসভাৰ অধ্যক্ষ

Answer : Option A

View Answer