30 ExamPoint | Assam Direct Recruitment MCQs

31.  
মন্ত্রী পৰিষদত কেই শ্ৰেণীৰ মন্ত্রী থাকে?

A. তিনি শ্রেণী

B. দুই শ্রেণী

C. এক শ্রেণী

D. চাৰি শ্ৰেণী

Answer : Option A

View Answer

32.  
কোন সংশােধনীমতে ৰাষ্ট্রপতি মন্ত্রী পৰিষদৰ পৰামৰ্শ মানিবলৈ বাধ্য?

A. ৪২ তম

B. ৪৪ তম

C. ৪৭ তম

D. ৫০ তম

Answer : Option A

View Answer

33.  
ৰাষ্ট্রপতি পদ খালী হ'লে কিমান দিনৰ ভিতৰত নতুন ৰাষ্ট্রপতি নির্বাচিত কৰিব লাগে?

A. তিনি মাহ

B. ছমাহ

C. পাঁচ মাহ

D. এবছৰ

Answer : Option D

View Answer

34.  
ভাৰতত পােন প্রথমবাৰৰ বাবে কোনগৰাকী ৰাষ্ট্রপতি প্রথম পছন্দৰ ভােটত নির্বাচিত হ'ব পৰা নাছিল

A. ড° ৰাজেন্দ্র প্রসাদ

B. ড° সৰ্বপল্লী ৰাধাকৃষ্ণন

C. ড° শংকৰ দয়াল শর্মা

D. ড° ভি ভি গিৰি

Answer : Option D

View Answer

35.  
ৰাষ্ট্ৰপতিয়ে. সাধাৰণতে কাক প্রধানমন্ত্রী নিযুক্তি দিয়ে?

A. লােকসভাৰ যিকোনাে সদস্যক

B. সংখ্যাগৰিষ্ঠ দলৰ নেতাক

C. কেইবাটাও দলৰ উমৈহতীয়া নেতাজনক

D. নিজৰ ইচ্ছা অনুযায়ী

Answer : Option B

View Answer

36.  
উপৰাষ্ট্ৰপতিৰ নিম্নতম বয়স কিমান?

A. ৩০ বছৰ

B. ৩৫ বছৰ

C. ৩২ বছৰ

D. ৪০ বছৰ

Answer : Option B

View Answer

37.  
উপৰাষ্ট্ৰপতিৰ অনুপস্থিতিত ৰাজ্যসভাত কোনে সভাপতিত্ব কৰে?

A. ৰাজ্যসভাৰ জ্যেষ্ঠতম সদস্য

B. যিকোনাে সদস্য

C. সংখ্যাগৰিষ্ঠ দলৰ নেতা

D. ৰাজ্যসভাৰ উপ-সভাপতি

Answer : Option D

View Answer

38.  
ভাৰতত প্রকৃত কাৰ্যপালিকা কোন?

A. প্রধানমন্ত্রী

B. ৰাষ্ট্রপতি

C. উপ-ৰাষ্ট্রপ

D. প্রধানমন্ত্ৰীৰ নেতৃত্বত থকা মন্ত্রী পৰিষদ

Answer : Option D

View Answer

39.  
ৰাজ্যসভাৰ সদস্য হৈও প্রধানমন্ত্রী হােৱা প্ৰথম গৰাকী ব্যক্তি কোন আছিল?

A. মােৰাৰজী দেশাই

B. জগজীৱন ৰাম

C. গুলজাৰিলাল নন্দ

D. ইন্দিৰা গান্ধী

Answer : Option D

View Answer

40.  
ভাৰতৰ কোনজন প্রধানমন্ত্ৰীৰ দেশৰ বাহিৰত মৃত্যু হৈছিল ?

A. মােৰাৰজী দেশাই

B. ইন্দিৰা গান্ধী

C. চৌধুৰী চৰণ সিং

D. লাল বাহাদুৰ শাস্ত্রী

Answer : Option D

View Answer