Political Science MCQ MCQ
31.
মন্ত্রী পৰিষদত কেই শ্ৰেণীৰ মন্ত্রী থাকে?
32.
কোন সংশােধনীমতে ৰাষ্ট্রপতি মন্ত্রী পৰিষদৰ পৰামৰ্শ মানিবলৈ বাধ্য?
33.
ৰাষ্ট্রপতি পদ খালী হ'লে কিমান দিনৰ ভিতৰত নতুন ৰাষ্ট্রপতি নির্বাচিত কৰিব লাগে?
34.
View Answer
ভাৰতত পােন প্রথমবাৰৰ বাবে কোনগৰাকী ৰাষ্ট্রপতি প্রথম পছন্দৰ ভােটত নির্বাচিত হ'ব পৰা নাছিল
A. ড° ৰাজেন্দ্র প্রসাদ
B. ড° সৰ্বপল্লী ৰাধাকৃষ্ণন
C. ড° শংকৰ দয়াল শর্মা
D. ড° ভি ভি গিৰি
Answer : Option D
35.
View Answer
ৰাষ্ট্ৰপতিয়ে. সাধাৰণতে কাক প্রধানমন্ত্রী নিযুক্তি দিয়ে?
A. লােকসভাৰ যিকোনাে সদস্যক
B. সংখ্যাগৰিষ্ঠ দলৰ নেতাক
C. কেইবাটাও দলৰ উমৈহতীয়া নেতাজনক
D. নিজৰ ইচ্ছা অনুযায়ী
Answer : Option B
36.
উপৰাষ্ট্ৰপতিৰ নিম্নতম বয়স কিমান?
37.
View Answer
উপৰাষ্ট্ৰপতিৰ অনুপস্থিতিত ৰাজ্যসভাত কোনে সভাপতিত্ব কৰে?
A. ৰাজ্যসভাৰ জ্যেষ্ঠতম সদস্য
B. যিকোনাে সদস্য
C. সংখ্যাগৰিষ্ঠ দলৰ নেতা
D. ৰাজ্যসভাৰ উপ-সভাপতি
Answer : Option D
38.
View Answer
ভাৰতত প্রকৃত কাৰ্যপালিকা কোন?
A. প্রধানমন্ত্রী
B. ৰাষ্ট্রপতি
C. উপ-ৰাষ্ট্রপ
D. প্রধানমন্ত্ৰীৰ নেতৃত্বত থকা মন্ত্রী পৰিষদ
Answer : Option D
39.
ৰাজ্যসভাৰ সদস্য হৈও প্রধানমন্ত্রী হােৱা প্ৰথম গৰাকী ব্যক্তি কোন আছিল?
40.
View Answer
ভাৰতৰ কোনজন প্রধানমন্ত্ৰীৰ দেশৰ বাহিৰত মৃত্যু হৈছিল ?
A. মােৰাৰজী দেশাই
B. ইন্দিৰা গান্ধী
C. চৌধুৰী চৰণ সিং
D. লাল বাহাদুৰ শাস্ত্রী
Answer : Option D