10 ExamPoint | Assam Direct Recruitment MCQs

11.  
যুক্তৰাষ্ট্ৰীয় চৰকাৰত ক্ষমতা কাৰ মাজত ভাগ কৰা হয়?

A. বিভাগবােৰৰ মাজত

B. কার্যপালিকা আৰু ন্যায়পালিকাৰ মাজত

C. কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত

D. বিধানসভা আৰু কাৰ্যপালিকাৰ মাজত

Answer : Option C

View Answer

12.  
ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে নির্বাচন কৰে ?

A. লােকসভা

B. ৰাজ্যসভা

C. সংসদ

D. সংসদ আৰু ৰাজ্যিক বিধানসভা

Answer : Option D

View Answer

13.  
ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ?

A. পাঁচ বছৰ

B. ছয় বছৰ

C. তিনি বছৰ

D. চাৰি বছৰ

Answer : Option A

View Answer

14.  
ৰাষ্ট্রপতিক কোনে অপসাৰণ কৰে?

A. লােকসভা

B. ৰাজ্যসভা

C. বিধানসভাবােৰে

D. সংসদে

Answer : Option D

View Answer

15.  
ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অনা প্রস্তাৱক কি কয়?

A. মহাভিযােগ

B. অভিযােগ

C. প্রস্তাৱ

D. আপত্তি

Answer : Option A

View Answer

16.  
ৰাষ্ট্ৰপতিৰ অপসাৰণৰ বিৰুদ্ধে অনা অভিযােগ প্রথমে কোনটো সদনত উত্থাপন হয়?

A. লােকসভাত

B. ৰাজ্যসভাত

C. সংসদৰ যুটীয়া অধিৱেশনত

D. যিকোনাে সদনত

Answer : Option D

View Answer

17.  
ৰাষ্ট্রপতিৰ বিৰুদ্ধে অভিযােগ আনিলে কিমান সংখ্যক সদস্যৰ অনুমােদন লাগে?

A. দই-তৃতীয়াংশ সদস্য

B. এক তৃতীয়াংশ সদস্য

C. সাধাৰণ সংখ্যাগৰিষ্ঠ সদস্য

D. এক চতুর্থাংশ সদস্য

Answer : Option D

View Answer

18.  
ৰাষ্টপতিক অপসাৰণ কৰিব লাগিলে সদনৰ কিমান সংখ্যক সদস্যৰ অনুমােদন লাগে?

A. দুই তৃতীয়াংশ

B. এক তৃতীয়াংশ

C. এক চতুর্থাংশ

D. সাধাৰণ সংখ্যাগৰিষ্ঠ

Answer : Option D

View Answer

19.  
ৰাষ্ট্রপতিক কোনে শপত গ্ৰহণ কৰায়?

A. প্রধানমন্ত্রী

B. উপ ৰাষ্ট্রপতি

C. লােকসভাৰ অধ্যক্ষ

D. উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে

Answer : Option D

View Answer

20.  
ৰাষ্ট্রপতি হ’বৰ বাবে ন্যূনতম বয়স কিমান?

A. ৩০ বছৰ‌

B. ৩৫ বছৰ

C. ২৫ বছৰ

D. ৪৫ বছৰ

Answer : Option B

View Answer