190 ExamPoint | Assam Direct Recruitment MCQs

191.  
কোনটো মৌলিক অধিকাৰ নহয়?

A. সমতাৰ অধিকাৰ

B. স্বাধীনতাৰ অধিকাৰ

C. শশাষণৰ বিৰুদ্ধে অধিকাৰ

D. বিদেশত বসবাস কৰাৰ অধিকাৰ

Answer : Option D

View Answer

192.  
কোনটো মৌলিক কর্তব্য নহয়?

A. জাতীয় পতাকাক সন্মান কৰা

B. সংবিধান মানি চলা

C. ৰাষ্ট্ৰীয় সংগীতক শ্রদ্ধা জনােৱা

D. পিতৃ-মাতৃক সন্মান কৰা

Answer : Option D

View Answer