170 ExamPoint | Assam Direct Recruitment MCQs

171.  
মৌলিক অধিকাৰসমূহ সংবিধানৰ কিমান অংশত সন্নিৱিষ্ট আছে?

A. চতুর্থ অংশ

B. তৃতীয় অংশ

C. দ্বিতীয় অংশ

D. পঞ্চম অংশ

Answer : Option B

View Answer

172.  
মূল সংবিধানত কিমানটা মৌলিক অধিকাৰ আছিল?

A. পাঁচটা

B. ছটা

C. সাতটা

D. আঠটা

Answer : Option C

View Answer

173.  
বর্তমান মৌলিক অধিকাৰ কিমানটা?

A. ছয়টা

B. সাতটা

C. আঠটা

D. দহটা

Answer : Option B

View Answer

174.  
কোনটো মৌলিক অধিকাৰ বিলােপ কৰা হৈছে?

A. সম্পত্তিৰ অধিকাৰ

B. বাসস্থানৰ অধিকাৰ

C. কাম কৰাৰ অধিকাৰ

D. জিৰণিৰ অধিকাৰ

Answer : Option A

View Answer

175.  
কিমানতম সংশােধনীৰ যােগেদি সম্পত্তিৰ অধিকাৰ বিলােপ কৰা হৈছে?

A. ৪২ তম

B. ৪৪ তম

C. ৪৮ তম

D. ৫০ তম

Answer : Option B

View Answer

176.  
কোন চৰকাৰৰ দিনত সম্পত্তিৰ অধিকাৰ বিলােপ কৰা হৈছিল?

A. কংগ্ৰেছ চৰকাৰ

B. জনতা চৰকাৰ

C. ইউ পি এ চৰকাৰ

D. এন ডি এ চৰকাৰ

Answer : Option B

View Answer

177.  
মৌলিক অধিকাৰসমূহ সংবিধানৰ কিমান অনুচ্ছেদৰ পৰা বর্ণনা আছে?

A. ১০ নং অনুচ্ছেদ

B. ১২ নং অনুচ্ছেদ

C. ১৪ নং অনুচ্ছেদ

D. ১৫ নং অনুচ্ছেদ

Answer : Option B

View Answer

178.  
মৌলিক অধিকাৰসমূহ সংবিধানৰ কিমান অনুচ্ছেদত অন্ত পৰিছে?

A. ৩০ নং অনুচ্ছেদ

B. ৩১ নং অনুচ্ছেদ

C. ৩৫ নং অনুচ্ছেদ

D. ৪০ নং অনুচ্ছেদ

Answer : Option C

View Answer

179.  
সমতাৰ অধিকাৰ কিমান অনুচ্ছেদৰ পৰা কিমান অনুচ্ছেদলৈ বর্ণনা কৰা আছে?

A. ১০-১২ নং

B. ১২-১৪ নং

C. ১৪-১৮ নং

D. ১৮-২২ নং

Answer : Option C

View Answer

180.  
স্বাধীনতাৰ অধিকাৰসমূহ কেইটা?

A. পাঁচটা

B. ছয়টা

C. সাতটা

D. আঠটা

Answer : Option B

View Answer