Political Science MCQ MCQ
171.
মৌলিক অধিকাৰসমূহ সংবিধানৰ কিমান অংশত সন্নিৱিষ্ট আছে?
172.
মূল সংবিধানত কিমানটা মৌলিক অধিকাৰ আছিল?
174.
View Answer
কোনটো মৌলিক অধিকাৰ বিলােপ কৰা হৈছে?
A. সম্পত্তিৰ অধিকাৰ
B. বাসস্থানৰ অধিকাৰ
C. কাম কৰাৰ অধিকাৰ
D. জিৰণিৰ অধিকাৰ
Answer : Option A
175.
কিমানতম সংশােধনীৰ যােগেদি সম্পত্তিৰ অধিকাৰ বিলােপ কৰা হৈছে?
176.
কোন চৰকাৰৰ দিনত সম্পত্তিৰ অধিকাৰ বিলােপ কৰা হৈছিল?
177.
View Answer
মৌলিক অধিকাৰসমূহ সংবিধানৰ কিমান অনুচ্ছেদৰ পৰা বর্ণনা আছে?
A. ১০ নং অনুচ্ছেদ
B. ১২ নং অনুচ্ছেদ
C. ১৪ নং অনুচ্ছেদ
D. ১৫ নং অনুচ্ছেদ
Answer : Option B
178.
View Answer
মৌলিক অধিকাৰসমূহ সংবিধানৰ কিমান অনুচ্ছেদত অন্ত পৰিছে?
A. ৩০ নং অনুচ্ছেদ
B. ৩১ নং অনুচ্ছেদ
C. ৩৫ নং অনুচ্ছেদ
D. ৪০ নং অনুচ্ছেদ
Answer : Option C
179.
সমতাৰ অধিকাৰ কিমান অনুচ্ছেদৰ পৰা কিমান অনুচ্ছেদলৈ বর্ণনা কৰা আছে?