Political Science MCQ MCQ
161.
View Answer
নির্দেশক নীতিসমূহৰ মূল উদ্দেশ্য কি?
A. সমাজবাদী ৰাষ্ট্র প্রতিষ্ঠা
B. কল্যাণকামী ৰাষ্ট্র প্রতিষ্ঠা
C. পুঁজিবাদী ৰাষ্ট্র প্রতিষ্ঠা
D. কোনােটো নহয়
Answer : Option B
162.
ৰাষ্ট্ৰপতিৰ হাতত থকা 'জৰুৰী অৱস্থা কেইটা?
163.
সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰ সংবিধানৰ কোনটো অনুচ্ছেদত আছে?
164.
সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰৰ বয়স কিমান?
165.
View Answer
জৰুৰী অৱস্থা দেশত কোনে ঘােষণা কৰে?
A. প্রধানমন্ত্রী
B. ৰাষ্ট্রপতি
C. মন্ত্রী পৰিষদ
D. উচ্চতম ন্যায়ালৰ মুখ্য ন্যায়াধীশ
Answer : Option B
166.
ভাৰতৰ শিখৰত থকা ন্যায়ালয় কোনখন?
167.
তলত উল্লেখিত কোনটো প্রস্তাৱনাত উল্লেখ নাই?
168.
View Answer
তলত উল্লেখিত কোনটো সঁচা?
A. ভাৰতীয় সংবিধান যুক্তৰাষ্ট্রীয়
B. ভাৰতীয় সংবিধান একাত্মক
C. ভাৰতীয় সংবিধান একাত্মকো নহয় যুক্তৰাষ্ট্ৰীয়ও নহয়
D. ভাৰতীয় সংবিধান একাত্মক আৰু যুক্তৰাষ্ট্ৰীয় সংমিশ্রণ
Answer : Option D
169.
View Answer
তলত উল্লেখিত কোনটো ভাৰতীয় সংবিধানৰ বৈশিষ্ট্য নহয়?
A. গণতান্ত্রিক চৰকাৰ
B. যুক্তৰাষ্ট্ৰীয় চৰকাৰ
C. ৰাষ্ট্রপতীয় চৰকাৰ
D. এক নাগৰিকত্ব
Answer : Option C
170.
View Answer
ন্যায়পালিকাৰ স্বাধীনতা বুলিলে কি বুজা?
A. ন্যায়পালিকা বিধানমণ্ডলৰ অধীন নহয়
B. লােকসভাৰ অধীন নহয়
C. সংসদৰ অধীন নহয়
D. কাৰাে হস্তক্ষেপ নােহােৱাকৈ বিচাৰ কৰিব পাৰে
Answer : Option D