180 ExamPoint | Assam Direct Recruitment MCQs

181.  
সংবিধানৰ কোন নং অনুচ্ছেদত শােষণৰ বিৰুদ্ধে অধিকাৰ সন্নিবিষ্ট আছে

A. ২৩ নং আৰু ২৪ নং

B. ২৫ নং

C. ২৬ নং

D. ৩০ নং

Answer : Option A

View Answer

182.  
সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ সংবিধানৰ কোন অনুচ্ছেদত আছে?

A. ২৯ নং আৰু ৩০ নং অনুচ্ছেদ

B. ৩১ নং অনুচ্ছেদ

C. ৩২ নং অনুচ্ছেদ

D. ৩৫ নং অনুচ্ছেদ

Answer : Option A

View Answer

183.  
সংবিধানৰ কিমান সংশােধনীৰ যােগেদি মৌলিক কর্তব্যসমূহ সংবিধানত হল

A. ৪২ তম

B. ৪৩ তম

C. ৪৪ তম

D. ৪৫ তম

Answer : Option A

View Answer

184.  
সংবিধানৰ কোনটো অংশত মৌলিক কর্তব্যসমূহ সন্নিৱিষ্ট আছে?

A. তৃতীয় অংশ

B. চতুর্থ অংশ

C. চতুর্থ অংশৰ

D. ঞ্চম অংশ

Answer : Option C

View Answer

185.  
কিমান চনত মৌলিক কর্তব্যসমূহ সাংবিধানক আইন হিচাপে মর্যাদা লাভ কৰে?

A. ১৯৭৭ চন

B. ১৯৭৮ চন

C. ১৯৭৬ চন

D. ১৯৯০ চন

Answer : Option C

View Answer

186.  
সংবিধানৰ কিমান অনুচ্ছেদত মৌলিক কর্তব্যসমূহ অন্তর্ভুক্ত আছে?

A. ৫০ নং

B. ৫১ নং

C. ৫২ নং

D. ৬০ নং

Answer : Option B

View Answer

187.  
সৰ্বমুঠ মৌলিক কর্তব্য কিমানটা?

A. ১০ টা

B. ১১ টা

C. ১২ টা

D. ১৫ টা

Answer : Option B

View Answer

188.  
পিতৃ-মাতৃ বা অভিভাৱকৰ মৌলিক কর্তব্য কোনটো?

A. ৰাষ্ট্ৰীয় পতাকাক সন্মান কৰা

B. ৰাষ্ট্ৰীয় সম্পত্তি ৰক্ষণাবেক্ষণ

C. শিশুক শিক্ষাদানৰ ব্যৱস্থা কৰা

D. পৰিবেশ ৰক্ষা কৰা

Answer : Option C

View Answer

189.  
কিমান চনত শিশুক শিক্ষাদানৰ ব্যৱস্থা কৰাটো মৌলিক কর্তব্য হ’ল?

A. ১৯৭৬ চনত

B. ১৯৭৭ চনত

C. ১৯৮০ চনত

D. ২০০২ চনত

Answer : Option D

View Answer

190.  
সংবিধানৰ কিমান সংশােধনীৰ যােগেদি শিশুক শিক্ষাদানৰ মৌলিক কর্তব্য হিচাপে গণ্য হল?

A. ৬ তম

B. ৭৭ তম

C. ৮০ তম

D. ৮৬ তম

Answer : Option D

View Answer