Political Science MCQ MCQ
181.
সংবিধানৰ কোন নং অনুচ্ছেদত শােষণৰ বিৰুদ্ধে অধিকাৰ সন্নিবিষ্ট আছে
182.
View Answer
সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ সংবিধানৰ কোন অনুচ্ছেদত আছে?
A. ২৯ নং আৰু ৩০ নং অনুচ্ছেদ
B. ৩১ নং অনুচ্ছেদ
C. ৩২ নং অনুচ্ছেদ
D. ৩৫ নং অনুচ্ছেদ
Answer : Option A
183.
সংবিধানৰ কিমান সংশােধনীৰ যােগেদি মৌলিক কর্তব্যসমূহ সংবিধানত হল
184.
সংবিধানৰ কোনটো অংশত মৌলিক কর্তব্যসমূহ সন্নিৱিষ্ট আছে?
185.
কিমান চনত মৌলিক কর্তব্যসমূহ সাংবিধানক আইন হিচাপে মর্যাদা লাভ কৰে?
186.
সংবিধানৰ কিমান অনুচ্ছেদত মৌলিক কর্তব্যসমূহ অন্তর্ভুক্ত আছে?
187.
সৰ্বমুঠ মৌলিক কর্তব্য কিমানটা?
188.
View Answer
পিতৃ-মাতৃ বা অভিভাৱকৰ মৌলিক কর্তব্য কোনটো?
A. ৰাষ্ট্ৰীয় পতাকাক সন্মান কৰা
B. ৰাষ্ট্ৰীয় সম্পত্তি ৰক্ষণাবেক্ষণ
C. শিশুক শিক্ষাদানৰ ব্যৱস্থা কৰা
D. পৰিবেশ ৰক্ষা কৰা
Answer : Option C
189.
কিমান চনত শিশুক শিক্ষাদানৰ ব্যৱস্থা কৰাটো মৌলিক কর্তব্য হ’ল?
190.
সংবিধানৰ কিমান সংশােধনীৰ যােগেদি শিশুক শিক্ষাদানৰ মৌলিক কর্তব্য হিচাপে গণ্য হল?