Political Science MCQ MCQ
151.
কিমানতম সংশােধনীৰ যােগেদি সমাজবাদ শব্দটো প্ৰস্তাৱনাত সংযােজন কৰা হয়?
153.
মূল সংবিধানত প্ৰথমতে মৌলিক অধিকাৰ কেইটা আছিল?
154.
View Answer
কোনটো অধিকাৰ সংবিধানৰ পৰা বিলােপ কৰা হয় ?
A. জিৰণিৰ অধিকাৰ
B. কাম কৰা অধিকাৰ
C. সম্পত্তিৰ অধিকাৰ
D. ধর্মীয় অধিকাৰ
Answer : Option C
155.
কিমানতম সংশােধনীৰ যােগেদি সম্পত্তিৰ অধিকাৰ সংবিধানৰ পৰা বিলােপ কৰা হয়?
156.
মৌলিক কর্তব্য কিমানতম সংশােধনীৰ যােগেদি সংবিধানত সংযযাজন কৰা হয়?
158.
ভাৰতৰ নাগৰিকত্বৰ মূল বৈশিষ্ট্য কি?
159.
নির্দেশক নীতিসমূহ সংবিধানৰ কোন অধ্যায়ত সন্নিবিষ্ট কৰা হৈছে?
160.
মৌলিক অধিকাৰসমূহ সংবিধানৰ কোন অধ্যায়ত আছে?