Political Science MCQ MCQ
131.
সংবিধান কোনে ৰচনা কৰিছিল ?
132.
View Answer
সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী হয় ?
A. ১৯৫০ চনৰ ২৬ জানুৱাৰী
B. ১৯৪৯ চনৰ ২৬ নৱেম্বৰ
C. ১৯৪৮ চনৰ ৩০ অক্টোবৰ
D. ১৯৪৬ চনৰ ৯ ডিচেম্বৰ
Answer : Option A
133.
View Answer
সংবিধানত কোনে স্বাক্ষৰ কৰিছিল ?
A. জৱাহৰলাল নেহেৰু
B. ড° ৰাজেন্দ্র প্রসাদ
C. ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ
D. ড° বি আৰ আম্বেদকাৰ
Answer : Option B
134.
View Answer
সংবিধান সভাৰ সভাপতি কোন আছিল?
A. মহাত্মা গান্ধী
B. জৱহৰলাল নেহেৰু
C. ড° বি আৰ আম্বেদকাৰ
D. ড° ৰাজেন্দ্র প্রসাদ
Answer : Option D
135.
View Answer
স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্রপতি কোন?
A. ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ
B. ড° ৰাজেন্দ্র প্রসাদ
C. জৱাহৰলাল নেহেৰু
D. ছৰ্দাৰ বল্লৱ ভাই পেটেল
Answer : Option B
136.
View Answer
সংবিধানৰ খছৰা সমিতিৰ সভাপতি কোন আছিল?
A. জৱাহৰলাল নেহেৰু
B. ৰাজা গােপালাচাৰী
C. ড° বি আৰ আম্বেদকাৰ
D. কে এম মন্সী
Answer : Option C
137.
View Answer
খছৰা সংবিধান কেতিয়া স্বাক্ষৰিত হৈছিল?
A. ১৯৫০ চনৰ ২৬ জানুৱাৰী
B. ১৯৪৯ চনৰ ২৬ নৱেম্বৰ
C. ১৯৪৮ চনৰ ৩০ অক্টোবৰ
D. ১৯৪৭ চনৰ ২৯ আগষ্ট
Answer : Option B
138.
ভাৰত স্বাধীনতা আইন কোন দেশৰ সংসদে গৃহীত কৰিছিল?
139.
খছৰা সমিতিত কিমানজন সদস্য আছিল?
140.
সংবিধানৰ কিমান তম সংশােধনীৰ যােগেদি সমাজবাদ আৰু ধৰ্মনিৰপেক্ষ শব্দকেইটা সংযােজন কৰা হৈছিল