110 ExamPoint | Assam Direct Recruitment MCQs

111.  
সংবিধান কি?

A. ৰাষ্ট্ৰৰ আইন

B. ৰাজ্যিক আইন

C. সংসদে প্রণয়ন কৰা আইন

D. দেৱানী আইন

Answer : Option A

View Answer

112.  
চৰকাৰৰ প্রধান অংগকেইটা?

A. দুটা

B. তিনিটা

C. এটা

D. চাৰিটা

Answer : Option B

View Answer

113.  
Constitution শব্দটো কোন ভাষাৰ পৰা আহিছে?

A. গ্রীক

B. লেটিন

C. ফ্রান্স

D. জার্মান

Answer : Option B

View Answer

114.  
কোনখন সংবিধান অলিখিত?

A. আমেৰিকাৰ সংবিধান

B. ভাৰতৰ সংবিধান

C. ইংলেণ্ডৰ সংবিধান

D. কানাডাৰ সংবিদান

Answer : Option C

View Answer

115.  
কোন দেশৰ সংবিধান কঠিন?

A. ভাৰতৰ

B. ইংলেণ্ডৰ

C. আমেৰিকাৰ

D. অষ্ট্রেলিয়াৰ

Answer : Option C

View Answer

116.  
আমেৰিকাৰ সংবিধান কোনে সংশােধন কৰে?

A. কংগ্ৰেছে

B. ৰাষ্ট্রপতিয়ে

C. ৰাজ্যিক বিধানসভাই

D. কংগ্ৰেছ আৰু ৰাজ্যিক বিধানসভাই

Answer : Option D

View Answer

117.  
কোন দেশৰ সংবিধান শিথিল ?

A. ভাৰতৰ

B. ইংলেণ্ডৰ

C. আমেৰিকাৰ

D. ছুইজাৰলেণ্ডৰ

Answer : Option B

View Answer

118.  
ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা কি কম?

A. পাতনি

B. অংশ

C. আদর্শ

D. লক্ষ্য উদ্দেশ্য

Answer : Option A

View Answer

119.  
সংবিধান কেতিয়া গৃহিত হৈছিল

A. ১৯৫০ চনৰ ২৬ জানুৱাৰী

B. ১৯৫২ চনৰ ১ জানুৱাৰী

C. ১৯৪৯ চনৰ ২৬ নৱেম্বৰ

D. ১৯৪৬ চনৰ ৯ ডিচেম্বৰ

Answer : Option C

View Answer

120.  
প্রস্তাৱনা কিমান তম সংশােধনীৰে সংশােধন কৰা হৈছিল?

A. ৪২তম

B. ৪৮ তম

C. ৫০ তম

D. ৪৪ তম

Answer : Option A

View Answer