Political Science MCQ MCQ
91.
পৌৰ নিগমৰ একোটা ৱাৰ্ডত কিমান সংখ্যা থাকিব লাগে?
92.
পৌৰ নিগমত কিমানখন স্থায়ী সমিতি আছে?
93.
পৌৰ নিগমৰ স্থায়ী সমিতিত কিমানজনকৈ কাউন্সিলৰ থাকিব লাগে?
94.
কিমান চনত পৌৰ আইন পাছ কৰা হয়?
95.
পৌৰসভা গঠন কৰিবলৈ কিমান জনসংখ্যা থাকিব লাগে?
96.
পৌৰসভাৰ সর্বনিম্ন সদস্য কিমান?
97.
পৌৰসভাৰ সর্বোচ্চ সদস্য কিমান ?
98.
পৌৰসভাৰ সদস্যসকলক কি কয়?
99.
কিমান চনত অসম পৌৰ আইনমতে নগৰ সমিতি গঠন কৰা হয়?
100.
View Answer
নগৰ সমিতি কোনবােৰ পৌৰ এলেকাত স্থাপন কৰা হয়?
A. ৮,০০০ হেজাৰৰ কম জনসংখ্যা থকা
B. ১২,০০০ হেজাৰৰ কম জনসংখ্যা থকা
C. ১০,০০০ হেজাৰৰ কম জনসংখ্যা থকা
D. ১৫,০০০ হেজাৰৰ কম জনসংখ্যা থকা
Answer : Option C