Political Science MCQ MCQ
71.
View Answer
গাঁও পঞ্চায়ত এলেকাত কিমান জনসংখ্যা থাকিব লাগে?
A. ৬,০০০ৰ পৰা ১০,০০০ লৈ
B. ৫,০০০ৰ পৰা ৮,০০০ লৈ
C. ৮,০০০ৰ পৰা ১০,০০০ লৈ
D. ১০,০০০ৰ পৰা ১২,০০০ লৈ
Answer : Option A
72.
গাঁও পঞ্চায়ত এলেকাক কেইটা সমষ্টিত ভাগ কৰা হয় ?
73.
গাও পঞ্চায়তত ১৯৯১ চনৰ সংশােধনী মতে কিমানখন আসন অনুসুচীত জাতি আৰু জনজাতিৰ বাবে সংৰক্ষণ কৰা হয়?
74.
গাঁও পঞ্চায়তত ২০১১ চনৰ সংশোধনী মতে কিমান আসন মহিলাৰ বাবে সংৰক্ষণ কৰা হয় ?
75.
গাঁও পঞ্চায়তৰ থুল কিমান?
76.
১৯৯৪ চনত কিমান ধাৰাত গাঁও পঞ্চায়তৰ কাৰ্যসমূহ বর্ণনা কৰা আছে?
77.
View Answer
আঞ্চলিক পঞ্চায়তৰ সমষ্টি কিদৰে নিৰ্ধাৰণ কৰা হয় ?
A. এখন গাঁও
B. এখন ৰাজহগাঁও
C. দুখন গাঁও
D. প্রত্যেক গাঁও পঞ্চায়তৰ এলেকা
Answer : Option D
78.
আঞ্চলিক পঞ্চায়তত ২০১১ চনৰ সংশােধনী মতে মহিলাৰ বাবে কিমান আসন সংৰক্ষণৰ ব্যৱস্থা আছে?
79.
১৯৯৪ চনৰ অসম পঞ্চায়ত আইনৰ কিমান ধাৰামতে আঞ্চলিক পঞ্চায়তত সমিতিৰ ব্যৱস্থা আছে?
80.
কিমান চনৰ সংবিধান সংশােধনীৰ যােগেদি জিলা ভিত্তিত জিলা পৰিষদ গঠনৰ ব্যৱস্থা দিয়া হৈছিল?