80 ExamPoint | Assam Direct Recruitment MCQs

81.  
জিলা পৰিষদৰ একোটা সমষ্টিত কিমান জনসংখ্যা কৰিব লাগে?

A. ৪৫,০০০ হেজাৰ

B. ৫০,০০০ হেজাৰ

C. ৩৫,০০০ হেজাৰ

D. ৪০,০০০ হেজাৰ

Answer : Option D

View Answer

82.  
জিলা পৰিষদৰ ২০১১ চনৰ সংশােধনী মতে অনসচীত জe আর জনজাতি মহিলাৰ কাৰণে কিমান আসন সংৰক্ষণ থাকিব লাগে?

A. এক তৃতীয়াংশ

B. দুই তৃতীয়াংশ

C. তিনি চতুর্থাংশ

D. পঞ্চাশ শতাংশ

Answer : Option D

View Answer

83.  
অনুসুচীত জাতি আৰু জনজাতিৰ কাৰণে ২০১১ চনৰ সংশােধনী মতে মুঠ আসনৰ কিমান আসন সংৰক্ষণ থাকিব?

A. দুই তৃতীয়াংশ

B. তিনি চতুর্থাংশ

C. এক চতুর্থাংশ

D. পঞ্চাশ শতাংশ

Answer : Option D

View Answer

84.  
জিলা পৰিষদৰ কাৰ্যকাল কিমান ?

A. ছয় বছৰ

B. তিনি বছৰ

C. পাঁচ বছৰ

D. চাৰি বছৰ

Answer : Option C

View Answer

85.  
গুৱাহাটী পৌৰ নিগম কোন বছৰত স্থাপন কৰা হয়?

A. ১৯৭২ চন

B. ১৯৭০ চন

C. ১৯৭৪ চন

D. ১৯৮০ চন

Answer : Option C

View Answer

86.  
পৌৰ নিগম আইন কেতিয়া পাছ কৰা হ'ল?

A. ১৯৭২ চন

B. ১৯৬২ চন

C. ১৯৬৭ চন

D. ১৯৬৯ চন

Answer : Option D

View Answer

87.  
অসমত পৌৰ নিগম থকা নগৰ কেইখন?

A. এখন

B. দুখন

C. তিনিখন

D. চাৰিখন

Answer : Option A

View Answer

88.  
পৌৰ নিগমৰ সর্বোচ্চ সংখ্যা কিমান?

A. পঞ্চাশ

B. ষাঠি

C. ত্রিশ

D. চল্লিশ

Answer : Option B

View Answer

89.  
পৌৰ নিগমৰ মহিলাৰ বাবে কিমান আসন সংৰক্ষিত আছে?

A. ২৫ খন

B. ২০ খন

C. ২২ খন

D. ৩০ খন

Answer : Option B

View Answer

90.  
পৌৰ নিগমত অনুসূচীত জাতি আৰু জনজাতিৰ বাবে কিমান আসন সংৰক্ষণ আছে?

A. দুখন

B. তিনিখন

C. চাৰিখন

D. ছখন

Answer : Option C

View Answer