60 ExamPoint | Assam Direct Recruitment MCQs

61.  
মন্ত্রীসকলৰ কার্যকাল কাৰ সন্তুষ্টিৰ ওপৰত নিৰ্ভৰ কৰে?

A. ৰাজ্যপাল

B. মুখ্যমন্ত্রী

C. বিধানসভা

D. বিধানসভাৰ অধ্যক্ষ

Answer : Option C

View Answer

62.  
পঞ্চায়ত ব্যৱস্থা ক’ত প্রতিষ্ঠা কৰা হৈছে?

A. গাঁও

B. নগৰ

C. পাহাৰ অঞ্চলত

D. সৰু চহৰ

Answer : Option A

View Answer

63.  
৭৩ তম সংশােধনীমতে সকলাে ৰাজ্যতে পঞ্চায়তৰ কাৰ্যকাল কিমান ধার্য কৰা হৈছে?

A. ছবছৰ

B. তিনি বছৰ

C. পাঁচ বছৰ

D. চাৰি বছৰ

Answer : Option C

View Answer

64.  
তলত উল্লেখ কৰা কোনটো গাঁও অঞ্চলৰ স্থানীয় চৰকাৰ নহয়?

A. গাঁও পঞ্চায়ত

B. জিলা পৰিষদ

C. পৌৰ নিগম

D. গাঁওসভা

Answer : Option C

View Answer

65.  
অসম পঞ্চায়তৰাজ আইন কেতিয়া পাছ কৰা হৈছিল?

A. ১৯৯০ চন

B. ১৯৯২ চন

C. ১৯৯৫ চন

D. ১৯৯৪ চন

Answer : Option D

View Answer

66.  
১৯৯৪ চনৰ আইনৰ আগতে অসমত কিমান চনৰ পঞ্চায়তীৰাজ আইন আছিল?

A. ১৯৯২ চন

B. ১৯৭৫ চন

C. ১৯৮০ চন

D. ১৯৮৬ চন

Answer : Option D

View Answer

67.  
১৯৯৪ চনৰ পঞ্চায়তীৰাজ আইনে কেইতৰপীয়া পঞ্চায়তৰ ব্যৱস্থা কৰিছে?

A. দুই তৰপীয়া

B. তিনি তৰপীয়া

C. চাৰি তৰপীয়া

D. কোনােটো নহয়

Answer : Option B

View Answer

68.  
আঞ্চলিক পঞ্চায়তৰ ভিত্তি কি?

A. গাও

B. কেইবাখনাে গাঁও

C. ৰাজহ গাঁও

D. উন্নয়ন খণ্ড

Answer : Option D

View Answer

69.  
জিলা পৰিষদৰ ভিত্তি কি?

A. কেইবাখনাে গাঁও

B. কেইবাখনাে ৰাজহ গাঁও

C. দুটা বা ততােধিক উন্নয়ন খণ্ড

D. জিলা

Answer : Option D

View Answer

70.  
স্থানীয় স্বায়ত্তশাসনৰ গােটসমূহৰ কার্যকাল কিমান?

A. চাৰি বছৰ

B. তিনি বছৰ

C. পাঁচ বছৰ

D. ছয় বছৰ

Answer : Option C

View Answer