Political Science MCQ MCQ
61.
মন্ত্রীসকলৰ কার্যকাল কাৰ সন্তুষ্টিৰ ওপৰত নিৰ্ভৰ কৰে?
62.
পঞ্চায়ত ব্যৱস্থা ক’ত প্রতিষ্ঠা কৰা হৈছে?
63.
৭৩ তম সংশােধনীমতে সকলাে ৰাজ্যতে পঞ্চায়তৰ কাৰ্যকাল কিমান ধার্য কৰা হৈছে?
64.
তলত উল্লেখ কৰা কোনটো গাঁও অঞ্চলৰ স্থানীয় চৰকাৰ নহয়?
65.
অসম পঞ্চায়তৰাজ আইন কেতিয়া পাছ কৰা হৈছিল?
66.
১৯৯৪ চনৰ আইনৰ আগতে অসমত কিমান চনৰ পঞ্চায়তীৰাজ আইন আছিল?
67.
১৯৯৪ চনৰ পঞ্চায়তীৰাজ আইনে কেইতৰপীয়া পঞ্চায়তৰ ব্যৱস্থা কৰিছে?
68.
আঞ্চলিক পঞ্চায়তৰ ভিত্তি কি?
69.
View Answer
জিলা পৰিষদৰ ভিত্তি কি?
A. কেইবাখনাে গাঁও
B. কেইবাখনাে ৰাজহ গাঁও
C. দুটা বা ততােধিক উন্নয়ন খণ্ড
D. জিলা
Answer : Option D
70.
স্থানীয় স্বায়ত্তশাসনৰ গােটসমূহৰ কার্যকাল কিমান?