50 ExamPoint | Assam Direct Recruitment MCQs

51.  
ৰাজ্যিক জৰুৰী অৱস্থা ঘােষণাৰ লগে লগে ৰাজ্যত প্রকৃত ক্ষমতাৰ অধিকাৰী কোন হয়?

A. ৰাষ্ট্রপতি

B. প্রধানমন্ত্রী

C. ৰাজ্যপাল

D. মুখ্যমন্ত্রী

Answer : Option C

View Answer

52.  
সংবিধানৰ কিমান অনুচ্ছেদ মতে ৰাজ্যপালৰ স্ব-বিচৰাধীন ক্ষমতা থাকে?

A. ১৬০ নং

B. ১৬১ নং

C. ১৬২ নং

D. ১৬৩ নং

Answer : Option D

View Answer

53.  
মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে?

A. ৰাষ্ট্রপতি

B. ৰাজ্যপাল

C. প্রধানমন্ত্রী

D. উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ

Answer : Option B

View Answer

54.  
মুখ্যমন্ত্রী নিয়ােগৰ ক্ষেত্ৰত ৰাজ্যপালৰ প্রধান বিচার্য বিষয় কি?

A. সাধাৰণ সংখ্যাগৰিষ্ঠতা লাভ

B. দুই তৃতীয়াংশ সদস্যৰ সমর্থন

C. এক তৃতীয়াংশ সদস্যৰ সমর্থন

D. বিধানসভাৰ আস্থা লাভ

Answer : Option D

View Answer

55.  
মুখ্যমন্ত্ৰীয়ে মন্ত্রী পৰিষদ গঠন কৰােতে কাৰ পৰামর্শ গ্রহণ কৰে?

A. ৰাষ্ট্রপতি

B. প্রধানমন্ত্রী

C. ৰাজ্যপাল

D. স্ব-বিচৰাধীন

Answer : Option D

View Answer

56.  
মন্ত্রী পৰিষদত কোনে সভাপতিত্ব কৰে?

A. ৰাজ্যপাল

B. মুখ্যমন্ত্রী

C. বিধানসভাৰ অধ্যক্ষ

D. জ্যেষ্ঠতম সদস্য

Answer : Option B

View Answer

57.  
চৰকাৰৰ মুখপাত্র কাক কোৱা হয় ?

A. ৰাজ্যপাল

B. মুখ্যমন্ত্রী

C. বিধানসভাৰ অধ্যক্ষ

D. জ্যেষ্ঠতম মন্ত্রী

Answer : Option B

View Answer

58.  
ৰাজ্যিক মন্ত্রীসভাত কেই শ্ৰেণীৰ মন্ত্রী থাকে?

A. দুই শ্রেণী

B. তিনি শ্রেণী

C. চাৰি শ্ৰেণী

D. এক শ্রেণী

Answer : Option B

View Answer

59.  
কোনাে মন্ত্রী বিধানসভাৰ সদস্য নহ'লে কিমান দিনৰ ভিতৰত নির্বাচিত হৈ আহিব লাগে ?

A. তিনি মাহ

B. দুই মাহ

C. ছয় মাহ

D. এক মাহ

Answer : Option C

View Answer

60.  
মন্ত্রীসভাৰ বৈঠক কোনে আহ্বান কৰে?

A. ৰাজ্যপাল

B. মুখ্যমন্ত্রী

C. বিধানসভাৰ অধ্যক্ষ

D. উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ

Answer : Option B

View Answer