Political Science MCQ MCQ
51.
ৰাজ্যিক জৰুৰী অৱস্থা ঘােষণাৰ লগে লগে ৰাজ্যত প্রকৃত ক্ষমতাৰ অধিকাৰী কোন হয়?
52.
সংবিধানৰ কিমান অনুচ্ছেদ মতে ৰাজ্যপালৰ স্ব-বিচৰাধীন ক্ষমতা থাকে?
53.
View Answer
মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে?
A. ৰাষ্ট্রপতি
B. ৰাজ্যপাল
C. প্রধানমন্ত্রী
D. উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ
Answer : Option B
54.
View Answer
মুখ্যমন্ত্রী নিয়ােগৰ ক্ষেত্ৰত ৰাজ্যপালৰ প্রধান বিচার্য বিষয় কি?
A. সাধাৰণ সংখ্যাগৰিষ্ঠতা লাভ
B. দুই তৃতীয়াংশ সদস্যৰ সমর্থন
C. এক তৃতীয়াংশ সদস্যৰ সমর্থন
D. বিধানসভাৰ আস্থা লাভ
Answer : Option D
55.
মুখ্যমন্ত্ৰীয়ে মন্ত্রী পৰিষদ গঠন কৰােতে কাৰ পৰামর্শ গ্রহণ কৰে?
56.
মন্ত্রী পৰিষদত কোনে সভাপতিত্ব কৰে?
57.
চৰকাৰৰ মুখপাত্র কাক কোৱা হয় ?
58.
ৰাজ্যিক মন্ত্রীসভাত কেই শ্ৰেণীৰ মন্ত্রী থাকে?
59.
কোনাে মন্ত্রী বিধানসভাৰ সদস্য নহ'লে কিমান দিনৰ ভিতৰত নির্বাচিত হৈ আহিব লাগে ?
60.
View Answer
মন্ত্রীসভাৰ বৈঠক কোনে আহ্বান কৰে?
A. ৰাজ্যপাল
B. মুখ্যমন্ত্রী
C. বিধানসভাৰ অধ্যক্ষ
D. উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ
Answer : Option B