Political Science MCQ MCQ
41.
View Answer
সংসদ বুলিলে কি বুজো?
A. লােকসভা
B. ৰাজ্যসভা
C. লােকসভা আৰু ৰাজ্যসভা
D. লােকসভা, ৰাজ্যসভা, ৰাষ্ট্রপতি
Answer : Option D
42.
ৰাজ্যপাল পদৰ বাবে প্ৰাৰ্থীৰ বয়স কিমান হ'ব লাগে?
43.
View Answer
ৰাজ্যপালক কোনে নিযুক্তি দিয়ে?
A. ৰাষ্ট্রপতিয়ে
B. প্রধানমন্ত্রীয়ে
C. মুখ্যমন্ত্ৰীয়ে
D. কেন্দ্রীয় মন্ত্রী পৰিষদে
Answer : Option A
44.
ৰাজ্যপালক কোনে পদচ্যুত কৰিব পাৰে?
45.
ৰাজ্যপালৰ কার্যকাল কিমান?
46.
ৰাজ্যপালৰ কার্যকাল কোনে বৃদ্ধি কৰিব পাৰে?
47.
ৰাজ্যপালক কোনে স্থানান্তৰ কৰিব পাৰে?
48.
View Answer
ৰাজ্যপালক কোনে শপত বাক্য পাঠ কৰায়?
A. ৰাষ্ট্রপতি
B. প্রধানমন্ত্রী
C. মুখ্যমন্ত্রী
D. উচ্চ ন্যায়ালৰ মুখ্য ন্যায়াধীশ
Answer : Option D
49.
ৰাজ্যপাল কাৰ ওচৰত দায়বদ্ধ থাকে?
50.
ৰাজ্যৰ প্রশাসন কাৰ নামত চলে?