40 ExamPoint | Assam Direct Recruitment MCQs

41.  
সংসদ বুলিলে কি বুজো?

A. লােকসভা

B. ৰাজ্যসভা

C. লােকসভা আৰু ৰাজ্যসভা

D. লােকসভা, ৰাজ্যসভা, ৰাষ্ট্রপতি

Answer : Option D

View Answer

42.  
ৰাজ্যপাল পদৰ বাবে প্ৰাৰ্থীৰ বয়স কিমান হ'ব লাগে?

A. ৩০ বছৰ

B. ৩৫ বছৰ

C. ৪০ বছৰ

D. ৪৫ বছৰ

Answer : Option B

View Answer

43.  
ৰাজ্যপালক কোনে নিযুক্তি দিয়ে?

A. ৰাষ্ট্রপতিয়ে

B. প্রধানমন্ত্রীয়ে

C. মুখ্যমন্ত্ৰীয়ে

D. কেন্দ্রীয় মন্ত্রী পৰিষদে

Answer : Option A

View Answer

44.  
ৰাজ্যপালক কোনে পদচ্যুত কৰিব পাৰে?

A. প্রধানমন্ত্রী

B. ৰাষ্ট্রপতি

C. উপ-ৰাষ্ট্রপতি

D. মুখ্যমন্ত্রী

Answer : Option B

View Answer

45.  
ৰাজ্যপালৰ কার্যকাল কিমান?

A. পাঁচ বছৰ

B. চাৰি বছৰ

C. ছয় বছৰ

D. তিনি বছৰ

Answer : Option A

View Answer

46.  
ৰাজ্যপালৰ কার্যকাল কোনে বৃদ্ধি কৰিব পাৰে?

A. সংসদ

B. প্রধানমন্ত্রী

C. ৰাষ্ট্রপতি

D. উপৰাষ্ট্রপতি

Answer : Option C

View Answer

47.  
ৰাজ্যপালক কোনে স্থানান্তৰ কৰিব পাৰে?

A. প্রধানমন্ত্রী

B. ৰাষ্ট্রপতি

C. সংসদ

D. মুখ্যমন্ত্রী

Answer : Option B

View Answer

48.  
ৰাজ্যপালক কোনে শপত বাক্য পাঠ কৰায়?

A. ৰাষ্ট্রপতি

B. প্রধানমন্ত্রী

C. মুখ্যমন্ত্রী

D. উচ্চ ন্যায়ালৰ মুখ্য ন্যায়াধীশ

Answer : Option D

View Answer

49.  
ৰাজ্যপাল কাৰ ওচৰত দায়বদ্ধ থাকে?

A. ৰাজ্যিক বিধানসভা

B. মুখ্যমন্ত্রী

C. ৰাষ্ট্রপতি

D. প্রধানমন্ত্রী

Answer : Option C

View Answer

50.  
ৰাজ্যৰ প্রশাসন কাৰ নামত চলে?

A. মুখ্যমন্ত্রী

B. প্রধানমন্ত্রী

C. ৰাষ্ট্রপতি

D. ৰাজ্যপাল

Answer : Option D

View Answer