Political Science MCQ MCQ
101.
নগৰ সমিতিৰ সর্বনিম্ন সদস্য কিমান?
102.
নগৰ সমিতিলৈ চৰকাৰে কেইজন সদস্য মনােনীত কৰিব পাৰে?
103.
নগৰ সমিতিৰ কাৰ্যকাল কিমান?
104.
চৰকাৰে নগৰ সমিতিৰ কাৰ্যকাল কেইবছৰলৈ বঢ়াই দিব পাৰে?
105.
নগৰ সমিতিৰ সভাপতিজনক কোনে নির্বাচন কৰে?
106.
গণতন্ত্রত সার্বভৌম ক্ষমতাৰ অধিকাৰী কোন?
107.
কি ব্যৱস্থাৰ যােগেদি জনগণে সর্বোচ্চ ক্ষমতা প্রয়ােগ কৰিব পাৰে?
108.
কোন দেশত শক্তিশালী বিৰােধী দল আছে?
109.
কোন দেশৰ বিৰােধী দলক Her Majesty's Opposition বুলি কোৱা হয়?
110.
লােকসভাত প্রধান বিৰােধী দল কোনটো?