Political Science MCQ MCQ
141.
View Answer
ভাৰতীয় সংবিধান কেতিয়া গৃহীত হৈছিল?
A. ১৯৫০ চনৰ ২৬ জানুৱাৰী
B. ১৯৪৯ চনৰ ২৬ নৱেম্বৰ
C. ১৯৪৬ চনৰ ৯ ডিচেম্বৰ
D. ১৯৪৭ চনৰ ২৯ আগষ্ট
Answer : Option B
142.
View Answer
ভাৰতীয় সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয়?
A. ১৯৪৯ চনৰ ২৬ নৱেম্বৰ
B. ১৯৪৬ চনৰ ৯ ডিচেম্বৰ
C. ১৯৫০ চনৰ ২৬ জানুৱাৰী
D. ১৯৪৭ চনৰ ২৯ আগষ্ট
Answer : Option C
143.
ভাৰতীয় সংবিধানত কিমানটা অনুচ্ছেদ আছে?
144.
ভাৰতীয় সংবিধানত কিমানটা অনুসূচী আছে?
145.
ভাৰতীয় সংবিধানত কেইটা অধ্যায় আছে?
146.
সংবিধানখন কিমানটা পদ্ধতিৰে সংশােধন কৰা হয় ?
147.
View Answer
সংসদীয় চৰকাৰ বুলিলে কি বুজা?
A. ৰাষ্ট্রপতি প্রকৃত মুৰব্বী
B. ৰাষ্ট্রপতি নামমাত্র মূৰব্বী
C. প্রধানমন্ত্রী নামমাত্র মূল
D. ৰাজ্যপাল
Answer : Option B
148.
View Answer
সংসদীয় চৰকাৰত প্রধানমন্ত্রী আৰু মন্ত্রী পৰিষদৰ স্থান কি?
A. নামমাত্র মুৰব্বী
B. প্রকৃত মুৰব্বী
C. নামমাত্র আৰু প্ৰকৃত
D. একনায়কত্ববাদী
Answer : Option B
149.
View Answer
গণৰাজ্য বুলিলে কি বুজা ?
A. ৰাষ্ট্রপতিজন নির্বাচিত
B. ৰাষ্ট্রপতিজন উত্তৰাধিকাৰী সুত্রে লাভ কৰা পদবী
C. মনােনীত
D. স্ব-ইচ্ছাই নিয়ােজিত
Answer : Option A
150.
কিমান তম সংশােধনীৰ যােগেদি ধর্মনিৰপেক্ষ শব্দটো প্ৰস্তাৱনাত সংযােজন কৰা হয়?