1.  
ভাৰতীয় সংবিধানত কিমান সংখ্যক সংশোধনৰ দ্বাৰা মৌলিক কৰ্তব্যসমূহ সংযোগ কৰা হয়?

A. 42 সংখ্যক

B. 43 সংখ্যক

C. 44 সংখ্যক

D. 49 সংখ্যক

Answer : Option A

View Answer

2.  
ভাৰতৰ মহাগানীতিক আৰু হিচাপ নিয়ন্ত্ৰকক (কেগ) কোনে নিযুক্তি দিয়ে?

A. ৰাষ্ট্ৰপতিয়ে

B. কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীয়ে

C. উপ ৰাষ্ট্ৰপতিয়ে

D. কেন্দ্ৰীয় বৃত্ত মন্ত্ৰীয়ে

Answer : Option A

View Answer

3.  
তলৰ কোনসকলৰ ভোটাধিকাৰ থাকে?

A. ভাৰতৰ শিক্ষিত নাগৰিক

B. ভাৰতৰ প্ৰাপ্তবয়স্ক নাগৰিক

C. ভাৰতৰ যিকোনো নাগৰিক

D. ভাৰতত থকা যিকোনো বিদেশীৰ

Answer : Option B

View Answer

4.  
পঞ্চায়তীৰাজ হল –

A. প্ৰশাসনিক গঠন

B. বিত্তীয় গঠন

C. শাৰীৰিক গঠন

D. ৰাজ্যৰ আকাৰ

Answer : Option A

View Answer

5.  
ৰাজ্যপালগৰাকী হল –

A. কেন্দ্ৰীয় চৰকাৰৰ মুৰব্বী

B. এখন ৰাজ্যৰ মুৰব্বী

C. ৰাষ্ট্ৰপতিৰ এজেণ্ট

D. অ-ৰাজনৈতিক পদবী

Answer : Option B

View Answer

6.  
ৰাজ্যসভাৰ কোনো ক্ষমতা নাথাকে –

A. সংবিধান সংশোধন বিধেয়কত

B. বিত্তীয় বিধেয়কত

C. একে সময়তে চলা অভিযানৰ তালিকাৰ ব্যৰ্থতা সম্পৰ্কীয়

D. অভিযুক্তৰ কাৰ্যব্যৱস্থাত

Answer : Option B

View Answer

7.  
কেন্দ্ৰীয় শাসিত অঞ্চলবোৰ শাসন কৰে-

A. কেন্দ্ৰীয় মন্ত্ৰীয়ে

B. ৰাষ্ট্ৰপতিয়ে

C. প্ৰধান মন্ত্ৰীয়ে

D. উপ- ৰাষ্ট্ৰপতিয়ে

Answer : Option B

View Answer

8.  
কিমান সংখ্যক সংশোধনীৰ জৰিয়তে ছিকিম ভাৰতৰ অবিচ্ছেদ্য অংগ হয়?

A. 24 সংখ্যক সংশোধনী

B. 36 সংখ্যক সংশোধনী

C. 39 সংখ্যক সংশোধনী

D. 25 সংখ্যক সংশোধনী

Answer : Option B

View Answer

9.  
জম্বু আৰু কাশ্মীৰৰ চৰকাৰী ভাষা হল-

A. কাশ্মীৰী

B. পাৰ্চী

C. পাঞ্জাবী

D. উৰ্দু

Answer : Option D

View Answer

10.  
ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে-

A. উচ্চতম ন্যায়ালয়ৰ অনুমোদনৰ ওপৰত

B. প্ৰধান মন্ত্ৰীৰ অনুমোদনৰ ওপৰত

C. প্ৰধান মন্ত্ৰীৰ নেতৃত্বত কেবিনেট মৰ্যাদাৰ কেন্দ্ৰীয় মন্ত্ৰীৰ অনুমোদন ৰাষ্ট্ৰপতিয়ে লিখিলে

D. উভয় সদনে অনুমোদন জনালে

Answer : Option C

View Answer