Social Science MCQ MCQ
41.
তলৰ কোনটো ঠাণ্ডা মহাসাগৰীয় স্ৰোত?
42.
View Answer
চুৱেজ খালে সংযোগ কৰিছে –
A. মধ্য সাগৰ আৰু ৰক্ত সাগৰক
B. কৃষ্ণ সাগৰ আৰু কাস্পিয়ান সাগৰক
C. মধ্যসাগৰ আৰু পাৰ্ছিয়ান উপকূলক
D. ৰক্ত সাগৰ আৰু পাৰ্ছিয়ান উপকূলক
Answer : Option A
43.
মাউন্ট এভাৰেষ্টৰ উচ্চতা হল –
44.
View Answer
ভাৰতীয় মান সময় (IST) আৰু গ্ৰীণউইচ মান সময় (GMT) ৰ মাজত প্ৰভেদ হল –
A. 5 ঘণ্টা
B. 5 ঘণ্টা 30 মিনিট
C. 6 ঘণ্টা 30 মিনিট
D. 6 ঘণ্টা 15 মিনিট
Answer : Option B
45.
সাধাৰণ এক মাইলত থাকে 1760 গজ আৰু পটিকেল মাইলত থাকে –
46.
তলত উল্লেখ কৰা তিনিখন নদী পশ্চিমঘাটৰ পৰা বে অব বেঙ্গললৈ বৈ গৈছে, কিন্ত এখন বাহিৰৰ । বাহিৰৰ খনৰ নাম কি?
47.
সূর্যৰ পৰা ৰশ্মি আহি পৃথিৱীপৃষ্ঠ পাবলৈ সময় লাগে –
48.
তলত কোনডাল ৰেখাই ভাৰত আৰু চীনক পৃথক কৰিছে?