20 ExamPoint | Assam Direct Recruitment MCQs

21.  
জাতিভেদ প্ৰথাৰ ভিত্তি আছিল –

A. জন্ম

B. ধৰ্ম

C. বিশ্বাস

D. কৰ্ম

Answer : Option D

View Answer

22.  
জয়দেৱৰ গীতা গোবিন্দ লিখা হৈছিল?

A. পোন্ধৰ শতিকাত

B. দশম শতিকাত

C. চতুৰ্থ শতিকাত

D. দ্বাদশ শতিকাত

Answer : Option D

View Answer

23.  
পৃথিৱীৰ পৰিধি হ’ল-

A. 24000 কিল’মিটাৰ

B. 40000 কিল’মিটাৰ

C. 12800 কিল’মিটাৰ

D. 64000 কিল’মিটাৰ

Answer : Option D

View Answer

24.  
সৌৰজগতৰ হেলি ধুমকেতুটো শেষবাৰৰ বাবে আবিৰ্ভাৱ হৈছিল-

A. 1986 চনত

B. 1989 চনত

C. 1988 চনত

D. এটাও নহয়

Answer : Option A

View Answer

25.  
সন্ধিয়া/ৰাতিৰ আকাশত তলত উল্লেখ কৰা কোনটো গ্ৰহক অধিক উজ্জ্বল দেখা যায়?

A. জুপিটাৰ

B. শনি

C. বুধ

D. শুক্ৰ

Answer : Option D

View Answer

26.  
ঘড়ীৰ কাটাৰ দিশত পূবৰ পৰা পশ্চিমলৈ সূৰ্যৰ চাৰিওফালে তলৰ কোনটো গ্ৰহ ঘূৰে?

A. জুপিটাৰ

B. পৃথিৱী

C. মাৰ্কাৰী

D. ইউৰেনাছ

Answer : Option D

View Answer

27.  
এটা অৰ্ধ চন্দ্ৰৰ নিশা পৃথিৱীৰ পৰা জোখ ললে চন্দ্ৰ আৰু সূৰ্যৰ মাজৰ কোণ হয় প্ৰায় – ক)

A. 45°

B. 90°

C. 60°

D. 180°

Answer : Option B

View Answer

28.  
সূৰ্যৰ চাৰিওফালে পৃথিৱীয়ে বছৰেকত চক্ৰকাৰে ঘূৰোঁতে দূৰত্ব হয়গৈ –

A. 896 মিলিয়ন কিল’মিটাৰ

B. 966 মিলিয়ন কিল’মিটাৰ

C. 1036 মিলিয়ন কিল’মিটাৰ

D. 1096 মিলিয়ন কিল’মিটাৰ

Answer : Option B

View Answer

29.  
পৃথিৱীৰ সূৰ্যৰ চাৰিওফালে ঘূৰোঁতে প্ৰতি মিনিটত বেগ হয়-

A. 800 কিল’মিটাৰ

B. 14000 কিল’মিটাৰ

C. 1000 কিল’মিটাৰ

D. 1600 কিল’মিটাৰৰ অধিক

Answer : Option D

View Answer

30.  
আমাৰ সৌৰজগতৰ কেন্দ্ৰ হল –

A. পৃথিৱী

B. সূৰ্য

C. হাতিপটী

D. এটাও নহয়

Answer : Option B

View Answer