30 ExamPoint | Assam Direct Recruitment MCQs

31.  
সূৰ্যৰ পৃষ্ঠভাগৰ উষ্ণতা হল-

A. 6000 ডিগ্ৰী ছেন্টিগেড

B. 8000 ডিগ্ৰী ছেন্টিগেড

C. 1000 ডিগ্ৰী ছেন্টিগেড

D. 3000 ডিগ্ৰী ছেন্টিগেড

Answer : Option A

View Answer

32.  
পৃথিৱীয়ে ইয়াৰ মেৰুদণ্ডত এটা সম্পূৰ্ণ পাক ঘূৰিবলৈ সময় লয়-

A. 24 ঘণ্টা

B. 23 ঘণ্টা 56 মিনিট

C. 23 ঘণ্টা 30 মিনিট

D. এটাও নহয়

Answer : Option B

View Answer

33.  
জুপিটাৰৰ পাছতে ডাঙৰ গ্ৰহটো হল-

A. শনি

B. ইউৰেনাছ

C. পৃথিৱী

D. নেপচুন

Answer : Option A

View Answer

34.  
আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰ অৱস্থিত –

A. ফিলিপাইনছত

B. থাইলেণ্ডত

C. ইণ্ডোনেছিয়াত

D. মালেছিয়াত

Answer : Option A

View Answer

35.  
য়ুআন কোনো দেশৰ মুদ্ৰা?

A. চীন

B. জাপান

C. ইণ্ডোনেছিয়া

D. ম্যানমাৰ

Answer : Option A

View Answer

36.  
চলচ্চিত্ৰ নিৰ্মাণৰ বাবে লছ এঞ্জেলছ প্রিয় ঠাই কাৰণ –

A. ই প্ৰাকৃতিক সৌন্দয্যৰে ভৰপূৰ

B. ইউৰোপৰ ছবি নিৰ্মাতা সকলৰ লগত ইয়াৰ কোনো প্ৰতিযোগিতা নাই

C. ই হল বহুতো অভিনেতাৰ জন্মস্থান

D. ওপৰৰ এটাও নহয়

Answer : Option A

View Answer

37.  
অসমৰ প্ৰথমটো তেল শোধনাগাৰ ডিগবৈত কেতিয়া স্থাপন কৰা হৈছিল?

A. 1899 চনত

B. 1826 চনত

C. 1901 চনত

D. 1947 চনত

Answer : Option C

View Answer

38.  
তলৰ কোনখন তৈল্যক্ষেত্ৰ নহয়?

A. লিডু

B. নাহৰকটিয়া

C. মৰাণ

D. গেলেকী

Answer : Option A

View Answer

39.  
কুটুহা হল –

A. মিজোৰামৰ এক জনজাতি

B. তামিলনাডুৰ অভয়াৰণ্যৰ এবিধ চৰাই

C. পাকিস্তানৰ পাৰমাণৱিক গৱেষণা কেন্দ্ৰ থকা স্থান

D. এটাও নহয়

Answer : Option C

View Answer

40.  
তলৰ কোনজন দার্শনিকে ভূগোল শব্দটো ব্যৱহাৰ কৰিছিল?

A. হ’মাৰ

B. এনেস্কিমাণ্ডাৰ

C. হিৰ’দ’টাছ

D. এৰাট’স্থিনিছ

Answer : Option D

View Answer