Social Science MCQ MCQ
31.
View Answer
সূৰ্যৰ পৃষ্ঠভাগৰ উষ্ণতা হল-
A. 6000 ডিগ্ৰী ছেন্টিগেড
B. 8000 ডিগ্ৰী ছেন্টিগেড
C. 1000 ডিগ্ৰী ছেন্টিগেড
D. 3000 ডিগ্ৰী ছেন্টিগেড
Answer : Option A
32.
পৃথিৱীয়ে ইয়াৰ মেৰুদণ্ডত এটা সম্পূৰ্ণ পাক ঘূৰিবলৈ সময় লয়-
33.
জুপিটাৰৰ পাছতে ডাঙৰ গ্ৰহটো হল-
34.
আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰ অৱস্থিত –
35.
য়ুআন কোনো দেশৰ মুদ্ৰা?
36.
View Answer
চলচ্চিত্ৰ নিৰ্মাণৰ বাবে লছ এঞ্জেলছ প্রিয় ঠাই কাৰণ –
A. ই প্ৰাকৃতিক সৌন্দয্যৰে ভৰপূৰ
B. ইউৰোপৰ ছবি নিৰ্মাতা সকলৰ লগত ইয়াৰ কোনো প্ৰতিযোগিতা নাই
C. ই হল বহুতো অভিনেতাৰ জন্মস্থান
D. ওপৰৰ এটাও নহয়
Answer : Option A
37.
অসমৰ প্ৰথমটো তেল শোধনাগাৰ ডিগবৈত কেতিয়া স্থাপন কৰা হৈছিল?
38.
তলৰ কোনখন তৈল্যক্ষেত্ৰ নহয়?
39.
View Answer
কুটুহা হল –
A. মিজোৰামৰ এক জনজাতি
B. তামিলনাডুৰ অভয়াৰণ্যৰ এবিধ চৰাই
C. পাকিস্তানৰ পাৰমাণৱিক গৱেষণা কেন্দ্ৰ থকা স্থান
D. এটাও নহয়
Answer : Option C
40.
তলৰ কোনজন দার্শনিকে ভূগোল শব্দটো ব্যৱহাৰ কৰিছিল?