Social Science MCQ MCQ
11.
উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হবলৈ এজন ব্যক্তিৰ নিম্নতম বয়স হব লাগিব-
12.
হৰপ্পা সংস্কৃতি কি কাৰণে বিখ্যাত?
14.
View Answer
হৰপ্পাসকলৰ বাণিজ্যক সম্পৰ্ক আছিল –
A. ইৰাণ আৰু আফগানিস্থানৰ লগত
B. চীন আৰু ইৰাকৰ লগত
C. ইজিপ্ত আৰু জাপানৰ লগত
D. জাপান আৰু চীনৰ লগত
Answer : Option A
15.
লৰ্ড কৰ্ণৱালিছে প্ৰৱৰ্তন কৰিছিল –
16.
আধ্যাত্মিকসকলক ইছলাম ধৰ্মত কোৱা হয় –
17.
আমিৰ খুশ্রুৱে ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰবিধ আছিল –
18.
পৌৰাণিক ভাৰতৰ এজন বিখ্যাত জ্যোতিৰ্বিদ আছিল –
19.
অজন্তাৰ চিত্ৰ ভাস্কৰ্য্যই বৰ্ণনা কৰিছে –
20.
অৰ্থশাস্ত্ৰ কাৰ শাসন কালত ৰচনা কৰা হৈছিল ?