10 ExamPoint | Assam Direct Recruitment MCQs

11.  
উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হবলৈ এজন ব্যক্তিৰ নিম্নতম বয়স হব লাগিব-

A. 32 বছৰ

B. 40 বছৰ

C. 45 বছৰ

D. 35 বছৰ

Answer : Option D

View Answer

12.  
হৰপ্পা সংস্কৃতি কি কাৰণে বিখ্যাত?

A. ভাস্কৰ্য্য

B. নলা- নৰ্দমা পদ্ধতি

C. নগৰ পৰিকল্পনা

D. বাগিচা

Answer : Option C

View Answer

13.  
মেঘদূত লিখিছিল –

A. কৌটিল্যই

B. কালিদাসে

C. বৰাহমিহিৰে

D. কলহণে

Answer : Option B

View Answer

14.  
হৰপ্পাসকলৰ বাণিজ্যক সম্পৰ্ক আছিল –

A. ইৰাণ আৰু আফগানিস্থানৰ লগত

B. চীন আৰু ইৰাকৰ লগত

C. ইজিপ্ত আৰু জাপানৰ লগত

D. জাপান আৰু চীনৰ লগত

Answer : Option A

View Answer

15.  
লৰ্ড কৰ্ণৱালিছে প্ৰৱৰ্তন কৰিছিল –

A. জমিদাৰী প্ৰথা

B. মনছবদাৰী প্ৰথা

C. মহলদাৰী প্ৰথা

D. ওপৰৰ এটাও নহয়

Answer : Option A

View Answer

16.  
আধ্যাত্মিকসকলক ইছলাম ধৰ্মত কোৱা হয় –

A. উলেমা

B. চুফি

C. মৌলবী

D. হাদিছ

Answer : Option B

View Answer

17.  
আমিৰ খুশ্রুৱে ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰবিধ আছিল –

A. চেতাৰ

B. সৰোদ

C. টেৱেল

D. বাঁহী

Answer : Option A

View Answer

18.  
পৌৰাণিক ভাৰতৰ এজন বিখ্যাত জ্যোতিৰ্বিদ আছিল –

A. মনু

B. বৃহস্পতি

C. আৰ্যভট্ট

D. চড়ক

Answer : Option C

View Answer

19.  
অজন্তাৰ চিত্ৰ ভাস্কৰ্য্যই বৰ্ণনা কৰিছে –

A. হিন্দুধৰ্মৰ কথা

B. বৌদ্ধ ধৰ্মৰ কথা

C. জৈনধৰ্মৰ কথা

D. মুছলিমৰ কথা

Answer : Option B

View Answer

20.  
অৰ্থশাস্ত্ৰ কাৰ শাসন কালত ৰচনা কৰা হৈছিল ?

A. মগধ

B. মৌৰ্য

C. নন্দক

D. চাকিয়ান

Answer : Option B

View Answer